দুদিন পূৰ্বে আম্বানীৰ পাৰ্টিত শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰ একেলগে ফটোত ধৰা পৰিছিল। কেমেৰাৰ ফ্লেছ দেখিয়েই লাজকুৰীয়া তাৰকা ক্ৰিকেটাৰজনে নিজকে...
Read moreDetailsআমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষাৰ তথ্য অনুসৰি ২০২২ চনৰ অক্টোবৰৰ পৰা ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত অবৈধভাৱে আমেৰিকা সীমান্ত পাৰ হৈ...
Read moreDetailsবৃহস্পতিবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ বিশ্বকাপৰ খেল অনুষ্ঠিত হৈছে। খেলখনৰ দুদিন পূৰ্বে ৰোহিত শৰ্মাৰ দলটোৱে বলীউড চহৰখনত প্ৰৱেশ...
Read moreDetailsবহু বছৰ অভিনয় জগতৰ পৰা আঁতৰি আছিল। পৰিয়ালৰ প্ৰতিজনেই বলীউডৰ তাৰকা। পিতৃ-খুড়াক-ককাকহঁত হিন্দী ছবিৰ ৰথী-মহাৰথী। তথাপিও কেতিয়াও কেমেৰাৰ মুখামুখি হোৱা...
Read moreDetailsচলি থকা চৈয়দ মুস্তাক আলী ট্ৰফীত বেটে-বলে দুৰ্দান্ত ফৰ্মত আছে ৰিয়ান পৰাগ। বিশেষকৈ বেটেৰে তেওঁ বিধ্বংসী প্ৰদৰ্শন আগবঢ়াইছে। প্ৰতিযোগিতাখনত ৰিয়ানে...
Read moreDetailsদক্ষিণ আফ্ৰিকাৰ হাতত বৃহৎ ব্যৱধানত পৰাস্ত হৈ নিউজিলেণ্ড বিশ্বকাপৰ পইণ্ট তালিকাৰ পৰা পিছলি পৰিল। আৰু কিছু অঘটন ঘটিলেই নিউজিলেণ্ড ছেমি...
Read moreDetailsশনিবাৰে পাঞ্জাৱৰ ফাতেহগড় চুৰিয়ানৰ সৰচুৰ গাঁৱৰ এখন মেলাত ট্ৰেক্টৰেৰে ষ্টাণ্ট কৰি আছিল ২৯ বছৰীয়া যুৱক সুখমণ্ডীপ সিঙে। তাতেই ঘটিল দুৰ্ঘটনাটো। ...
Read moreDetailsএখন ব্যতিক্ৰমী হোটেল। ব্যতিক্ৰমী এইবাবেই যে, হোটেলখন প্ৰতিবছৰেই নতুনকৈ নিৰ্মাণ কৰা হয়। পৰৱৰ্তী বসন্তৰ পাছতেই হোটেলখন আকৌ ভাঙি পেলোৱা হয়।...
Read moreDetailsঅসম চৰকাৰৰ বিভিন্ন বিভাগৰ অন্তৰ্গত ১২,৬০০ টা খালী গ্ৰেড-III & Grade-IV পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি আয়োগৰ পৰা আৱেদন আহ্বান...
Read moreDetailsনেনো গোচৰত পশ্চিমবংগ চৰকাৰ ডাঙৰ ক্ষতিৰ সন্মুখীন হৈছে। চিংগুৰত থকা নেনো গাড়ীৰ কাৰখানা বন্ধ কৰাৰ বাবে পশ্চিম বংগ ৰাজ্য চৰকাৰে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd