Popular Stories

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতিত্বৰ সৈতে শেহতীয়াকৈ জড়িত হৈ পৰিছে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ নাম। ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি...

Read moreDetails

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

এক অতি দুখলগা ঘটনা। মুম্বাইৰ আৰ্থাৰ ৰোড জেলত চৰম নিৰ্যাতনৰ বলি হোৱা আৰু সন্ত্ৰাসবাদী বুলি অভিহিত কৰা ৱাহিদক অৱশেষত ২০১৫...

Read moreDetails

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

কাইলৈ ​​অৰ্থাৎ দেওবাৰে এছিয়া কাপত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পাছৰ...

Read moreDetails

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ১৩ ছেপ্টেম্বৰত ইয়াৰ আজাৰা চৌহদত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰে। শিক্ষা...

Read moreDetails

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে আজি ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে। ১৩ ছেপ্টেম্বৰত আয়োজন কৰা এক দিনজোৰা কাৰ্যসূচীৰে কিংবদন্তিগৰাকীক...

Read moreDetails

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমাহৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে সকলো আদালতক জামিন আৰু অগ্ৰিম জামিনৰ আৱেদন দাখিলৰ দুমাহৰ ভিতৰত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছে, যদিহে জড়িত পক্ষৰ...

Read moreDetails

‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

নিজৰ গৃহৰাজ্য গুজৰাটত আইনী সমস্যাত পৰিছে তৃণমূলৰ সাংসদ ইউছুফ পাঠান। গুজৰাট উচ্চ ন্যায়ালয়ে ইউছুফক ‘বেদখলকাৰী’ বুলি অভিহিত কৰিছে। আদালতে কয়...

Read moreDetails

বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

বোকাখাতত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা।বোকাখাত সমজিলাৰ বিভিন্ন অঞ্চলত ক্ৰমাগত ভাৱে বৃদ্ধি পোৱা চুৰিকাণ্ডৰ ঘটনাক লৈ উদ্দেগ প্ৰকাশ...

Read moreDetails

‘কালি ৰাতিহে ফাইলটো পালোঁ’- ওমৰ খালিদৰ জামিন আবেদনত ১৯ ছেপ্টেম্বৰলৈকে স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি(১২ ছেপ্টেম্বৰ) দিল্লী সংঘৰ্ষৰ ষড়যন্ত্ৰৰ গোচৰত জামিন বিচাৰি ওমৰ খালিদ, শ্বাৰ্জিল ইমাম, মীৰাণ হাইদৰ আৰু গুলফিছা ফাতিমাই দাখিল...

Read moreDetails

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শুকুৰবাৰে (১২ ছেপ্টেম্বৰ, ২০২৫) অভিযোগ উত্থাপন কৰে যে আদানী গোটে মধ্য প্ৰদেশৰ ধীৰৌলীত কয়লা খনি প্ৰকল্পৰ...

Read moreDetails
Page 422 of 1554 1 … 421 422 423 … 1,554

Stay Connected

Recent News