Popular Stories

লাভজনক হৈ থকালৈকে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব ONGC-এ

যোৱা বুধবাৰৰ পৰা ভাৰতত ৫০ শতাংশ আমেৰিকাৰ শুল্কৰ বোজা। যাৰ বাবে শুকুৰবাৰে চৰকাৰী তেল আৰু প্ৰাকৃতিক গেছ নিগমে কয় যে...

Read moreDetails

‘৩টা সন্তানৰ বোজা মহিলাৰ ওপৰত কিয় দিব বিচাৰিছে?’- মোহন ভাগৱতক প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ

তিনি সন্তানৰ প্ৰস্তাৱিত নীতিক লৈ এতিয়া আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক আক্ৰমণ কৰিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। হায়দৰাবাদৰ সাংসদগৰাকীয়ে প্ৰশ্ন কৰে,...

Read moreDetails

মাত্ৰ ৫০টা অস্ত্ৰৰেই পৰাজিত হ’ল পাকিস্তান! অপাৰেচন সিন্দুৰৰ সফলতাৰ বিষয়ে আৰু কি প্ৰকাশ কৰিলে বায়ুসেনাৰ মুৰব্বীয়ে

ভাৰতীয় বায়ুসেনাই মাত্ৰ ৫০টা অস্ত্ৰ-শস্ত্ৰৰে পাকিস্তানক পৰাস্ত কৰিলে। অপাৰেচন সিন্দুৰৰ তিনি মাহৰ পাছত বায়ুসেনাৰ মুৰব্বী নৰ্মদেশ্বৰ তিৱাৰীয়ে বায়ুসেনাৰ ভূমিকা ৰাজহুৱা...

Read moreDetails

বেংকৰ কেণ্টিনত নিষিদ্ধ গো-মাংস, বাওঁপন্থী শাসিত কেৰালাত তুংগত বিতৰ্ক

মাছ হওক বা গো-মাংস হওক, সাধাৰণ মানুহে কি খাব লাগে, কি খাব নালাগে সেই সন্দৰ্ভত ফতোৱা জাৰি কৰি বিজেপি নেতাসকলে...

Read moreDetails

কৰ্তৃপক্ষৰ সৈতে মতানৈক্য! ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা পদত্যাগ ৰাহুল দ্ৰাবিড়ৰ

২০২৬ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পূৰ্বে ৰাহুল দ্ৰাবিড়ৰ সৈতে চুক্তিৰ অৱসান হোৱাটো নিশ্চিত কৰিছে ৰাজস্থান ৰয়েলছে। পূৰ্বে অধিনায়ক আৰু প্ৰশিক্ষক...

Read moreDetails

‘ৰাম সেতু’ক ৰাষ্ট্ৰীয় স্মৃতিসৌধ ঘোষণাৰ বাবে দাখিল কৰা আবেদনৰ ভিত্তিত কেন্দ্ৰক জাননী জাৰি ছুপ্ৰীম কোৰ্টৰ

শুকুৰবাৰে (২৯ আগষ্ট, ২০২৫) ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ড০ সুব্ৰমণিয়াম স্বামীয়ে ৰাম সেতুক ৰাষ্ট্ৰীয় স্মৃতিসৌধ হিচাপে ঘোষণা কৰাৰ বাবে তেওঁৰ প্ৰতিনিধিত্ব...

Read moreDetails

যৌতুকৰ বাবে হেচাঁ! অন্তঃসত্ত্বা অভিযন্তাক গৃহৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ

যৌতুক হাৰাশাস্তিৰ সৈতে জড়িত আন ঘটনাৰ বুধবাৰে বেংগালুৰুৰ এটা ঘৰত ওলমি থকা অৱস্থাত এগৰাকী ২৭ বছৰীয়া মহিলাক উদ্ধাৰ কৰা হয়।...

Read moreDetails

২৮.৯৫ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীৰ জামিন বিচাৰি ওকালতি মহাধিবক্তা দেৱজিৎ শইকীয়াৰ

সামগ্ৰী আৰু সেৱা কৰ ফাঁকিৰ অভিযুক্ত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ হৈ ওকালতিত নামিল অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ...

Read moreDetails

ৰাহুল গান্ধীৰ ৰেলীত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে অশালীন মন্তব্যঃ বিহাৰ বিজেপিৰ এজাহাৰ

বিহাৰত ৰাহুল গান্ধীৰ ‘ভোটাৰ আধিকাৰ যাত্ৰা’ক লৈ পুনৰ গৰম বিহাৰৰ ৰাজনীতি। অভিযোগ অনুসৰি দৰভংগাৰ এখন মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক...

Read moreDetails

নাৱত বহি বান পৰিদৰ্শনৰ সময়ত ছুইডেন, গোৱাৰ প্ৰমোদ বিলাসৰ বিষয়ে আলোচনা পঞ্জাৱৰ মন্ত্ৰীৰ

বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি নাও এখনত বহি থকা পঞ্জাৱৰ তিনিজন মন্ত্ৰীয়ে ছুইডেন আৰু গোৱা ক্ৰুজৰ অভিজ্ঞতাৰ কথা সোঁৱৰণ কৰে। এটা...

Read moreDetails
Page 435 of 1554 1 … 434 435 436 … 1,554

Stay Connected

Recent News