Popular Stories

ঘৈণীয়েকক লাঠিৰে কোবাই ভতিজাকৰ সৈতে বিয়া পাতি দিলে পত্নীৰ! ভাইৰেল ভিডিঅ’

বিহাৰৰ নাটকীয় ঘটনা। খুড়াকেই পত্নীৰ লগত ভতিজাকক পাতি দিলে বিয়া! দৰাচলতে ভতিজাৰ সৈতে পত্নীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহ কৰি...

Read moreDetails

‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি’ প্ৰদানত পক্ষপাতিত্বৰ অভিযোগঃ দুসপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ

‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি’ সন্দৰ্ভত পক্ষপাতিত্বৰ গুৰুতৰ অভিযোগত দুসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। উল্লেখ্য যে,...

Read moreDetails

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

অসমৰ ছ’চিয়েল মিডিয়া জগতৰ নৱতম ইনফ্লুৱেঞ্চাৰ অৰ্চিতা ফুকনে দুটা সমাজকল্যাণমূলক কাম- পশু কল্যাণ আৰু নিপীড়িত শিশুৰ উত্তৰণৰ বাবে মুঠ ৭৫,০০০...

Read moreDetails

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

নিৰাপদ আৰু সুস্থ জীৱনশৈলী বজাই ৰখাটোৱে স্বাস্থ্যৰ ভাল অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব পাৰে। কেৱল আপুনি বেছি দিন...

Read moreDetails

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

সোমবাৰে কোকৰাঝাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসভা সম্বোধন কৰি বিটিআৰ প্রশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ...

Read moreDetails

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

২০২৫ চনৰ জুন মাহত উচ্চতম ন্যায়ালয়ে স্ব-বিত্তীয় চিকিৎসা মহাবিদ্যালয়সমূহে নিৰ্ধাৰিত মাচুলৰ গাঁথনিৰ বাহিৰত অতিৰিক্ত মাচুল সংগ্ৰহ কৰাত বাধা আৰোপ কৰিছিল।...

Read moreDetails

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

বাৰাণসী জিলা আদালতে ২০২৫ চনৰ ৭ জুলাইত ১৯৯১ চনৰ মূল জ্ঞানবাপী মামলা দেৱানী ন্যায়াধীশ (জ্যেষ্ঠ বিভাগ) ফাষ্ট ট্ৰেক আদালতৰ আদালতৰ...

Read moreDetails

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান এআই১৭১ দুৰ্ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰতিবেদন অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষক দাখিল...

Read moreDetails

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ছাবস্ক্ৰিপচন ভিত্তিক কন্টেন্ট প্লেটফৰ্ম অনলিফেন্সে ২০২৪ চনত এপল, এনভিডিয়া, গুগল, আৰু মাইক্ৰ’ছফ্টৰ দৰে টেক জায়ান্টক অতিক্ৰম কৰি প্ৰতিজন কৰ্মচাৰীৰ ৰাজহৰ...

Read moreDetails

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

ব্যৰ্থ চেষ্টাৰ ফলত মানসিক ভাবে ভাঙি পৰা এজন যুৱকে অৱশেষত হাৰ মানিলে জীৱনত। ভগৱান শিৱলৈ আৱেগিক চিঠি লিখি আত্মহত্যা কৰিলে...

Read moreDetails
Page 474 of 1554 1 … 473 474 475 … 1,554

Stay Connected

Recent News