Popular Stories

‘নগ্ন হৈও অভিনয় কৰিছো, চুম্বন কোনো কথাই নহয়’- অন্তৰংগ দৃশ্যক লৈ স্পষ্ট কথা মোহময়ী অভিনেত্ৰীৰ!

নিজৰ কেৰিয়াৰৰ অধিক সময় তামিল, তেলেগু, মালয়ালম ভাষাৰ কেইবাখনো চিনেমাত অভিনয় কৰিছে অমলা পলে। ‘নীলাথামৰা’, ‘মায়া’, ‘ৰাণ বেবী ৰাণ’, ‘মিলি’...

Read moreDetails

ৰজা চাৰ্লছৰ ৰাজ অভিষেকৰ বাবে আমন্ত্ৰিত একমাত্ৰ ভাৰতীয় শিল্পী সোনম কাপুৰ

ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ তৃতীয় চাৰ্লছক আনুষ্ঠানিকভাৱে ৰজা হিচাপে ঘোষণা কৰা হৈছে। এতিয়াৰ পৰা ব্ৰিটেইনৰ...

Read moreDetails

মাত্ৰ ৪১ বছৰ বয়সত ৬০০ সন্তান! যুৱকৰ শুক্ৰাণু দানত নিষেধাজ্ঞা জাৰি আদালতৰ

মাত্ৰ ৪১ বছৰ বয়সত জন্ম ৬০০ সন্তান! অভিযোগ পোহৰলৈ অহাৰ লগে লগে আদালতে যুৱকজনৰ শুক্ৰাণু দানত নিষেধাজ্ঞা আৰোপ কৰে। নেদাৰলেণ্ডত...

Read moreDetails

চন্দ্ৰৰ মাটিত পোৱা গৈছে অক্সিজেন; সম্ভৱ হ’ব মানুহৰ বসতি? নাছাৰ পৰীক্ষাত নতুন আশা

নকল চন্দ্ৰৰ মাটিৰ পৰাই সফলতাৰে নিষ্কাশন কৰি উলিওৱা হৈছে অক্সিজেন। শেহতীয়া পৰীক্ষা-নিৰীক্ষাত নাছাই লাভ কৰিছে এই সফলতা। পৰীক্ষাগাৰত বিজ্ঞানসন্মতভাৱে প্ৰস্তুত...

Read moreDetails

প্ৰতিজন মানুহৰে থাকে দুখন মুখ! চাণক্যৰ মতে প্ৰকৃত বন্ধু চিনি পোৱাৰ ৪টা উপায়

জীৱনত সফলতাৰ জখলা বগাবলৈ নিশ্চিতভাৱে বন্ধু-বান্ধৱীৰ সহায়ৰ প্ৰয়োজন। কিন্তু সেই পথত মানুহে প্ৰায়ে চিনিব নোৱাৰে কোন প্ৰকৃত বন্ধু আৰু কোন...

Read moreDetails

যৌতুকৰ বাবে লখিমপুৰত বোৱাৰীয়েকক গছত বান্ধি নিৰ্যাতন চলালে শহুৰেকে

অসমৰ পুনৰ সংঘটিত হৈছে যৌতুকৰ বাবে সৃষ্টি হোৱা হিংসাত্মক ঘটনা। লখিমপুৰ জিলাত এগৰাকী বিবাহিতা মহিলাক যৌতুকৰ বাবে গছৰ বান্ধি শাৰীৰিক...

Read moreDetails

ৰহস্যময় স্বামী! ৪০ গৰাকী পত্নীৰ স্বামী কোন এই ৰূপচান্দ? কিয় হতবাক চৰকাৰী বিষয়া?

এগৰাকী বা দুগৰাকী নহয়, ৪০ গৰাকীকৈ পত্নীৰ গৰাকীৰ এজন ৰহস্যময় স্বামী তথ্য পোহৰলৈ আহিছে। এই তথ্য পোহৰলৈ অহাৰ লগে লগে...

Read moreDetails

গুৱাহাটীত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত দুই বাইক আৰোহী

শনিবাৰে পুৱা গুৱাহাটীৰ বেলতলা চাৰ্ভেত এখন বাহনৰ খুন্দাত দুজন বাইকাৰে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে। জানিব পৰা মতে মৃত যুৱক দুজন ডিমা...

Read moreDetails

চাকৰি বিচাৰি ভাগৰি পৰিছে নেকি? এই ব্যৱসায়ৰ যোগেদি সহজেই হ’ব পাৰি ধনী

লাভ আৰু বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য কৰি আজিকালি বহুতো লোক চাকৰিতকৈ ব্যৱসায় কৰিবলৈ বেছি আগ্ৰহী। সময়ৰ লগত খাপ খুৱাই আৰু চাহিদাৰ...

Read moreDetails

অসমৰ এনকাউণ্টাৰৰ বিষয় লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল অধিবক্তা আৰিফ জৱাদাৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ভাৰতৰ সংবিধানৰ ১৩৬ নং অনুচ্ছেদ ( Special Leave Petition)ৰ অধীনত অধিবক্তা আৰিফ জৱাদাৰে ভাৰতৰ সন্মানীয়...

Read moreDetails
Page 522 of 1138 1 521 522 523 1,138

Stay Connected

Recent News