• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাকৰি বিচাৰি ভাগৰি পৰিছে নেকি? এই ব্যৱসায়ৰ যোগেদি সহজেই হ’ব পাৰি ধনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2023 6:30 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাভ আৰু বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য কৰি আজিকালি বহুতো লোক চাকৰিতকৈ ব্যৱসায় কৰিবলৈ বেছি আগ্ৰহী। সময়ৰ লগত খাপ খুৱাই আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া কেইটামান নিৰ্বাচিত ব্যৱসায় বাছি লৈ বিপুল ধন উপাৰ্জন সুযোগ আহি পৰিছে। যদি আপুনিও নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

আজি আমি আপোনালোকক এনে এটা নতুন ব্যৱসায়িক পদ্ধতিৰ বিষয়ে ক’ম, য’ৰ পৰা সহজেই দৈনিক ৫,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও কেঁচামালৰ বাবেও এই ব্যৱসায়ত চিন্তা কৰিবলগীয়া কাৰণ নাই। লগতে বজাৰতো এই ব্যৱসায়ৰ চাহিদা অতি বেছি।

Apply Now

আজি আপোনালোকক ক’বলৈ বিচৰা ব্যৱসায়টো হৈছে কলৰ চিপছৰ ব্যৱসায়। উল্লেখ্য যে কলৰ চিপছ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। বহুতে উপবাসৰ সময়তো ইয়াক বিকল্প খাদ্য হিচাপে গ্ৰহণ কৰে। আলুৰ চিপছৰ দৰে ইয়াৰ চাহিদাও বেছি। কিন্তু, মাত্ৰ কেইটামান ডাঙৰ কোম্পানীয়েহে ইয়াৰ ব্যৱসায় কৰে। এই ক্ষেত্ৰত এই ব্যৱসায়টো নবীনসকলৰ বাবে অতি লাভজনক হ’ব পাৰে। কলৰ চিপছ প্ৰস্তুত কৰাত বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয় আৰু কেঁচামাল প্ৰধানকৈ কেঁচা কল, নিমখ, খোৱা তেল আৰু কেইবিধমান মছলা ব্যৱহাৰ কৰা হয়।

কি কি যন্ত্ৰ প্ৰয়োজন হ’ব এই ব্যৱসায়ত?

কলৰ চিপছ বনাবলৈ প্ৰথমে কল ধুবলৈ টেংকিৰ প্ৰয়োজন হয়। লগতে কলৰ বাকলি গুচোৱা যন্ত্ৰ আৰু স্লাইচিং মেচিনৰ প্ৰয়োজন হ’ব। টুকুৰা সমূহ ভাজিবলৈ এটা মেচিন আৰু মছলা মিহলোৱা মেচিন এটাও দৰকাৰ হ’ব। পাউচ প্ৰিন্টিং মেচিন আদিও প্ৰয়োজন হ’ব এই ব্যৱসায়ত।

এই মেচিনসমূহ আপুনি সহজেই অনলাইনত লাভ কৰিব পাৰিব। যন্ত্ৰসমূহ ইণ্ডিয়া মাৰ্ট, আলিবাবা আদি ই-কমাৰ্চ ৱেবছাইটৰ উপৰি অফলাইনতো কিনিব পাৰিব। এইবোৰ কিনিবলৈ মুঠ খৰচ হ’ব প্ৰায় ৩০ৰ পৰা ৫০ হাজাৰ টকা। লগতে এই যন্ত্ৰবোৰ সংস্থাপন কৰিবলৈ দৰকাৰ হ’ব মাত্ৰ ৪০০০ৰ  পৰা ৬০০০ বৰ্গফুটৰ কোঠাৰ।

এই ব্যৱসায়ত কিমান মূলধন খৰচ হ’ব?

ধৰি লওক আপুনি ১০০ কিলোগ্ৰাম চিপছ বনাব বিচাৰে। ইয়াৰ বাবে প্ৰায় ২৪০ কেজি কেঁচা কলৰ প্ৰয়োজন হ’ব। যাৰ আনুমানিক মূল্য হ’ব ২০০০-৩০০০ টকা। লগতে সেইবোৰ ভাজিবলৈ ২৫ৰ পৰা ৩০ লিটাৰ তেলৰ প্ৰয়োজন হয়। ইফালে চিপচ ফ্ৰাইয়াৰ মেচিনত প্ৰতি ঘণ্টাত প্ৰায় ১০ লিটাৰ ডিজেল খৰচ হ’ব। এনে ক্ষেত্ৰত ১০০ কিলোগ্ৰাম চিপছ তৈয়াৰ কৰিবলৈ ২০ৰ পৰা ২২ লিটাৰ ডিজেলৰ প্ৰয়োজন হ’ব। লগতে নিমখ আৰু মছলাৰ খৰচ হ’ব প্ৰায় ৫০০ টকা।

কিমান লাভ হ’ব এই ব্যৱসায়ত?

পৰিসংখ্যা অনুসৰি ৫০ কেজি চিপছৰ পৰা লাভ হ’ব প্ৰায় ৫,০০০ টকা। যদি ১০০ কিলোগ্ৰাম চিপছ বিক্ৰী কৰা হয় তেন্তে দৈনিক লাভ প্ৰায় ১০ হাজাৰ টকা হ’ব। অৰ্থাৎ প্ৰতিমাহে ডেৰ লাখ টকাৰ পৰা ৩ লাখ টকা সহজে উপাৰ্জন কৰিব পৰা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

September 20, 2026 2:13 pm
হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

September 20, 2026 1:05 pm
ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

September 20, 2026 2:13 pm
হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

September 20, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd