Popular Stories

দুবছৰত তিনিটা বিবাহ বিচ্ছেদ! আদৰ্শ সঙ্গী বিচাৰি চতুৰ্থ পত্নীৰ পৰাও বিবাহ বিচ্ছেদ বিচাৰি বিতৰ্কত অধ্যাপক

বাৰে বাৰে বিয়া পাতিছে যদিও কোনোমতে "আদৰ্শ সংগী" বিচাৰি পোৱা নাই। উত্তৰ প্ৰদেশৰ এজন অধ্যাপকে দুবছৰৰ ভিতৰত চতুৰ্থবাৰৰ বাবে বিবাহ...

Read moreDetails

পত্নীৰ মুণ্ডচ্ছেদ! চাইকেলত কটা মূৰ লৈ থানাত উপস্থিত বিতীশ হাজং

চিৰাং জিলাত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। এগৰাকী ৬০ বছৰীয়া ব্যক্তিয়ে পত্নীৰ শিৰচ্ছেদ কৰি হত্যা কৰাৰ ঘতা পোহৰলৈ আহিছে। অভিযুক্ত...

Read moreDetails

বিচ্ছেদৰ জল্পনাত নতুন ইন্ধন! ইনষ্টাগ্ৰামত ইজনে-সিজনক আনফ’ল’ কৰিলে ছাৰা আৰু শুভমনে?

২০২০ চনৰ পৰা বিভিন্ন ছবি আৰু মন্তব্য দেখি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কই চৰ্চা লাভ কৰিছিল। শুভমন গিল আৰু ছাৰা টেণ্ডুলকাৰৰ প্ৰেমৰ...

Read moreDetails

বিৰল মহাজাগতিক দৃশ্য! আকাশত গ্ৰহ-চন্দ্ৰৰ বিৰল সংযোগ; দেখা যাব ‘স্মাইলী ফেচ’

মহাকাশপ্ৰেমীসকলৰ বাবে আহিছে এক বৃহৎ সুযোগ। ২৫ এপ্ৰিল শুকুৰবাৰে পুৱা আকাশত এটা বিৰল মহাজাগতিক দৃশ্য দেখা যাব—যিটো দেখা যাব হুবহু...

Read moreDetails

নগাঁও জিলাত ২.৯ প্ৰাবল্যৰ মৃদু ভূমিকম্প অনুভূত

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শনিবাৰে পুৱা অসমৰ নগাঁও জিলাত ২.৯ প্ৰাবল্যৰ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনুভূত হয়। ইয়াত উল্লেখ...

Read moreDetails

আণ্ডাৰৱৰ্ল্ড ডন মুথাপ্পা ৰায়ৰ পুত্ৰ ৰিকি ৰায়ৰ ওপৰত গুলীচালনা

প্ৰয়াত আণ্ডাৰৱৰ্ল্ড ডন মুথাপ্পা ৰাইৰ পুত্ৰ ৰিকি ৰায়ক শনিবাৰে পুৱাই বেংগালুৰুৰ ঠিক বাহিৰৰ বিদাদীস্থিত ঘৰৰ সমীপত অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা...

Read moreDetails

ফ্লেট ক্ৰেতাৰ বিল্ডাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অধিকাৰ আছেঃ উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে ঘৰ ক্ৰেতাসকলে বিল্ডাৰৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে যদিহে তেওঁলোকৰ ফ্লেট দিয়াত পলম হয়...

Read moreDetails

দুই হাজাৰ টকাতকৈ অধিক ইউপিআই লেনদেনত লোৱা নহ’ব জিএছটি, চৰকাৰে দিলে স্পষ্টীকৰণ…

২০০০ টকাতকৈ অধিক ইউপিআইৰ লেনদেনত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) আৰোপ কৰাৰ বাতৰিক ভাৰত চৰকাৰে মিছা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত...

Read moreDetails

দিল্লীৰ মুস্তাফাবাদত অট্টালিকা ভাঙি চাৰিজন লোকৰ মৃত্যু, ১৪ জনক উদ্ধাৰ

শনিবাৰে পুৱা দিল্লীৰ মুস্তাফাবাদ অঞ্চলত এটা চাৰি মহলীয়া অট্টালিকা ভাঙি চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আশংকা কৰা আঠৰ পৰা দহজন...

Read moreDetails

ছালৰ বিশেষজ্ঞই দিয়ে গ্ৰীষ্মকালত ছালৰ যত্নৰ বাবে শীতল ফেচ মাস্কৰ পৰামৰ্শ, পঢ়ক এই প্ৰতিবেদন…

গ্ৰীষ্মকালীন গৰমে ছাল শুকুৱাই লোৱাৰ লগে লগে ছালৰ বিশেষজ্ঞ ডাঃ ৰশ্মি শ্বেট্টীয়ে ইয়াক শান্ত আৰু সুৰক্ষা দিবলৈ শীতল মুখৰ মাস্ক...

Read moreDetails
Page 522 of 1555 1 … 521 522 523 … 1,555

Stay Connected

Recent News