Popular Stories

‘জাতিৰ ভিত্তিত বৈষম্য অসাংবিধানিক’- কাৰাগাৰত কাম বিতৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত

কাৰাগাৰৰ ভিতৰত কোনো জাতিবাদ সহ্য কৰা নহ’ব।ইয়ে সমাজত বিভাজন বৃদ্ধি কৰিব। উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিলে এই ঐতিহাসিক সিদ্ধান্ত। উচ্চতম ন্যায়ালয়ৰ...

Read moreDetails

জনজাতীয় লোকক উচ্ছেদ কৰি সেউজভূমি ডিমা হাচাওৰ মাটি পুঁ‌জিপতি আদানিক লুণ্ঠনৰ বাবে গোটাই দিয়া বন্ধ কৰকঃ ডিৱাইএফআই

জনজাতীয় লোকৰ জীৱন-জীৱিকা আৰু সংস্কৃতিত তথা পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি পুঁ‌জিপতি আদানিৰ চিমেন্ট কোম্পানীৰ নামত ডিমা-হাচাও জিলাৰ...

Read moreDetails

ভগৱানে ইজৰাইলক সকলো নছৰুল্লাহক ধ্বংস কৰাৰ শক্তি দিয়ক- হাৰিয়ানাত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মৰ যিকোনো বস্তু দেশৰ ৰাজনীতিত টানি নিয়াৰ বাবে বিজেপিত ডাঙৰ নাম অৰ্জন কৰিছে। বৃহস্পতিবাৰে...

Read moreDetails

তিনিচুকীয়াত ড্ৰাগছৰ বিৰুদ্ধে যুৱ তথা ছাত্ৰৰ উজ্জীৱিতকৰণ সন্দৰ্ভত ড° দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মক অনুষ্ঠান

বিগত ২৪ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ দহতিকৈ ভিন্ন স্থানত ড্ৰাগছ আদি নিচা জাতীয় দ্ৰব্য, অন্ধবিশ্বাস তথা...

Read moreDetails

নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত “বীৰ লাচিত সেনা, অসম” ৰ গণ বিক্ষোভ

আজি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত " বীৰ লাচিত সেনা, অসম" ৰ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত এক " গণ বিক্ষোভ "...

Read moreDetails

বসুন্ধৰা ৰাজে হ’ব নেকি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি? চিন্তাত মোদী-শ্বাহ

বিজেপিৰ কেন্দ্ৰীয় সংগঠনত শেহতীয়াকৈ সালসলনিৰ ইংগিত পোৱা গৈছে। দুবাৰকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা বসুন্ধৰা ৰাজে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব...

Read moreDetails

ভাৰত, পাকিস্তান, নেপালৰ প্ৰব্ৰজনকাৰী কঢ়িয়াই অনা ট্ৰাকত মেক্সিকান সৈন্যৰ গুলীচালনা; ৬ জন নিহত

মেক্সিকোৰ প্ৰতিৰক্ষা বিভাগে বুধবাৰে প্ৰকাশ কৰা অনুসৰি গুৱেটামালা সীমান্তৰ সমীপত ভাৰত, পাকিস্তান, নেপাল আদি কেইবাখনো দেশৰ প্ৰব্ৰজনকাৰী কঢ়িয়াই অনা এখন...

Read moreDetails

সদগুৰুৰ ঈশা ফাউণ্ডেশ্যনৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ কইম্বাটুৰত আধ্যাত্মিক গুৰু সদগুৰু জগ্গী বাসুদেৱৰ ঈশা ফাউণ্ডেশ্যনৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ অনুমতি দিয়া মাদ্ৰাজ উচ্চ...

Read moreDetails

নতুন প্ৰেমত মেডোনা, প্ৰেমিকৰ সৈতে ক’ত সময় কটাইছে পপ তাৰকাগৰাকীয়ে?

পপ তাৰকা মেডোনাই নতুনকৈ প্ৰেমত পৰিছে। চলিত বছৰতে দুয়ো দুয়োৰে প্ৰেমত মছগুল হৈছে। আৰু এতিয়া দুয়ো একেলগে লণ্ডনলৈ গৈছে। তাৰ...

Read moreDetails

মধ্যাহ্ন ভোজন খাই অসুস্থ ৪৫ জন শিক্ষাৰ্থী! বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু

মঙলবাৰে বিয়লি মহাৰাষ্ট্ৰৰ থানেত মধ্যাহ্ন ভোজন খাই ৪৫জন শিক্ষাৰ্থী অসুস্থ হৈ পৰে। সকলোৰে বয়স ৮-১১ বছৰৰ ভিতৰত। এই ঘটনাত বিদ্যালয়...

Read moreDetails
Page 612 of 1509 1 … 611 612 613 … 1,509

Stay Connected

Recent News