Popular Stories

আমেৰিকাত গৈ ট্ৰাকত উঠিল ৰাহুল গান্ধী, আমেৰিকাৰ ট্ৰাক চালকৰ উপাৰ্জন শুনি চকু কপালত উঠিল ৰাহুলৰ

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে দিল্লীৰ পৰা চণ্ডীগড়লৈ এখন ট্ৰাকেৰে যাত্ৰা কৰিছিল। তেওঁ এই যাত্ৰাৰ সময়ত ট্ৰাক চালকৰ সমস্যাৰ কথা শুনিছিল।...

Read moreDetails

২০২৩ বৰ্ষত দেশত ভয়ংকৰ হাৰত হ্ৰাস পাব কোটিপতিৰ সংখ্যা, কিন্তু কিয়?

২০২৩ চনত ভাৰতত কোটিপতিৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাব। আৰু এই আঘাত সহ্য কৰিব নোৱাৰি অতি কমেও ৬৫০০ কোটিপতিয়ে ভাৰত এৰি...

Read moreDetails

গুৱাহাটী ৰে’ল ষ্টেচনত নিৰ্মাণ কৰা হ’ব আন এটা প্ৰৱেশ পথ 

বুধবাৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটী ৰে'ল ষ্টেচনত দ্বিতীয় প্ৰৱেশ পথ নিৰ্মাণৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এএছটিচি) সৈতে ভূমি বিনিময়...

Read moreDetails

অভিযোগনামা শুনানিৰ সময়ত আদালতত শিল পৰা কপৌৰ দৰে বহি থাকিল ড’নাল্ড ট্ৰাম্প

নীলা চুট আৰু ৰঙা টাই পিন্ধি শিল পৰা কপৌৰ দৰে আদালতত প্ৰতিৰক্ষা অধিবক্তাৰ কাষত বহি অপৰাধমূলক অভিযোগৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প।...

Read moreDetails

ভয়ানক কাণ্ড! মোডী-যোগীক প্ৰশংসা কৰাৰ বাবেই যাত্ৰীক গাড়ীৰে খুন্দিয়াই হত্যা কৰিলে টেক্সি চালকে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰাৰ বাবেই এজন টেক্সি চালকে নিজৰ যাত্ৰীক হত্যা কৰাৰ অভিযোগ...

Read moreDetails

মুছলমান যুৱতীৰ প্ৰেমত পৰাৰ বাবে চৰম পৰিণতিৰ সন্মুখীন হ’ল হিন্দু যুৱক

এগৰাকী মুছলমান যুৱতীৰ প্ৰেমত পৰাৰ বাবে চৰম পৰিণতিৰ সন্মুখীন হ’ল হিন্দু যুৱক! যুৱতীৰ পৰিয়ালৰ লোকে হত্যা কৰি ৮ টুকুৰা কৰিলে...

Read moreDetails

ছিহ! কি চলে নুনমাটিৰ ‘লাকী হেয়াৰ বিউটি স্পা চেলুন’ত? 

মঙলবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে মহানগৰীৰ নূনমাটি অঞ্চলৰ এখন স্পা চেলুনত অভিযান চলাই মহিলাসহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰে। ‘লাকী হেয়াৰ বিউটি...

Read moreDetails

আকৌ হাত দাঙিলে দুজনে :  উৎকোচৰ অপৰাধত গ্ৰেপ্তাৰ দুই লাট মণ্ডল

বুধবাৰে ভিজিলেন্স আৰু এণ্টি-কৰ্পচন সঞ্চালকালয়ৰ চোৰাংচোৱাই ঘোচ লওতেই হাতে লোটে ধৰা পেলাই দুই লাট মণ্ডলক। ধৃত লাট মণ্ডল দুজন মৰিগাঁৱৰ...

Read moreDetails

মালিগাঁৱত নিৰ্মীয়মান উৰণ সেঁতুৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড” হিমন্ত বিশ্ব শমাই আজি মালিগাঁৱত নিৰ্মীয়মান উৰণ সেঁতুত সংঘটিত দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে দুৰ্ঘটনাত আহত শ্রমিক দুজনৰ অৱস্থাৰ...

Read moreDetails

 NEET ৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিলে অসমৰ ছাত্ৰই

NEET UG চিকিৎসা প্ৰৱেশ পৰীক্ষাত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যনৰ ছাত্ৰ ছাকিল...

Read moreDetails
Page 903 of 1555 1 … 902 903 904 … 1,555

Stay Connected

Recent News