Popular Stories

‘বিজেপিৰ নেতাৰ কন্যাই মুছলমান যুৱকক বিয়া কৰালে প্ৰেম, আনে কৰিলে জেহাদ’

ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ দ্বিচাৰিতাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী বাঘেলে অভিযোগ উত্থাপন কৰি কয় যে...

Read moreDetails

বিহু বুলি দোকানৰ ৰঙাপানীৰ সলনি ঘৰতে পান কৰক পৰম্পৰাগত পানীয় : কিদৰে তৈয়াৰ কৰিব সাঁজপানী?

অসমৰ প্ৰায়বোৰ খিলঞ্জীয়া জনগোষ্ঠীৰেই উৎসৱ-পাৰ্বন, বিভিন্ন মাংগলিক অনুষ্ঠান বা দৈনন্দিন খাদ্যাভাসৰ এৰাব নোৱাৰা পানীয় হৈছে সাঁজপানী। সাঁজপানীক বেলেগ বেলেগ জনগোষ্ঠীত...

Read moreDetails

দিনে দিনে হ্ৰাস পাইছে পুৰুষৰ প্ৰজনন ক্ষমতা! গৱেষণাত পোহৰলৈ আহিছে মাৰাত্মক তথ্য

কৰ’না মহামাৰী আৰম্ভ হোৱাৰ পৰাই বিজ্ঞানীসকলে এই বিষয়ত অহৰহ গৱেষণা চলাই আহিছে। শেহতীয়াকৈ এটা নতুন অধ্যয়ন চৰ্চালৈ আহিছে য’ত দাবী...

Read moreDetails

এইবাৰ ‘মাংস ভক্ষক’ বেক্টেৰিয়াৰ সন্ধান! সংক্ৰমিত হ’লে এদিনৰ ভিতৰত হ’ব পাৰে মৃত্যু

কিমান যে দিনে দিনে নতুন নতুন আতংকৰ খবৰ আহিবলৈ ধৰিছে। এইবাৰ ওলাইছে "মাংস ভক্ষক" বেক্টেৰিয়া। কিন্তু সঁচাকৈয়ে আমেৰিকাত এনে এটা...

Read moreDetails

গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা! যৌন নিৰ্যাতনৰ অভিযোগত তোলপাৰ ভাৰতীয় নৃত্য একাডেমী

দেশৰ অন্যতম বিশিষ্ট কলা আৰু সাংস্কৃতিক প্ৰতিষ্ঠান চেন্নাইৰ কলাক্ষেত্ৰৰ মৰ্যাদাসম্পন্ন নৃত্য একাডেমীত এজন অধ্যাপক আৰু তিনিজন বিকল্প শিক্ষক হিচাপে কাম...

Read moreDetails

ভাল খবৰ! প্ৰথম অসমীয়া হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পালে ড০ ৰূপম শৰ্মাই

অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ড০ ৰূপম জ্যোতি শৰ্মা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হৈছে।...

Read moreDetails

গীনিজ বুকত স্থান পোৱা কেইটামান আচৰিত ৰেকৰ্ড : জানিলে চকু কপালত উঠিব আপোনাৰ

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড হৈছে বিশ্বৰ আটাইতকৈ প্ৰসিদ্ধ বিশ্ব অভিলেখ সংগ্ৰহকাৰী সংস্থা। গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ দ্বাৰা যিকোনো...

Read moreDetails

মূৰ পোলকা মাৰিলে নহ’ব, টকা লাগে! প্ৰাপ্য ধন বিচাৰি ইলন মাস্কৰ বিৰুদ্ধে টুইটাৰৰ প্ৰাক্তন চিইঅ’ৰ গোচৰ

টুইটাৰৰ চিইঅ’ ইলন মাস্কৰ বিৰুদ্ধে গোচৰ। চাকৰি হেৰুওৱা শীৰ্ষ তিনিগৰাকী বিষয়াৰ সৈতে কোম্পানীটোৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাই এই...

Read moreDetails

হিজাব পিন্ধি ৰাস্তাত! অহো, এইবাৰ ৰেষ্টুৰেণ্টতো মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে তালিবানে

আফগানিস্তানত জাৰি কৰা হৈছে আন এক তালিবানী ফতোৱা। তালিবান চৰকাৰে মহিলাসকলক ৰেষ্টুৰেণ্টত প্ৰৱেশ নিষিদ্ধ কৰিছে। অভিযোগ অনুসৰি বৰ্তমান বহুতেই হিজাব...

Read moreDetails

IPL 2023:চিন্নাস্বামীত শ্বাসৰুদ্ধকৰ যুঁজত বাংগালুৰু বধ লক্ষ্ণৌৰ; নায়ক নিকোলাছ, ষ্ট’ইনিছ

নিয়মীয়াকৈ আই পি এল চাই থকা দৰ্শকে এতিয়া কেৱল মেচ চালেই নহ’ব, নিয়মীয়াকৈ যোগ-ব্যায়াম কৰি সুস্থ হৈয়ো থাকিব লাগিব। কিয়নো...

Read moreDetails
Page 912 of 1519 1 … 911 912 913 … 1,519

Stay Connected

Recent News