• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনি চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলে উদঙাইছে স্বাস্থ্য ব্যৱস্থাৰ আচল স্বৰূপ : ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2023 6:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুই দশকৰো বেছি সময়ৰ স্বাস্থ্যমন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাফল্যৰ নমুনা (!) এয়ে যে, ৰাজ্যৰ তিনিখনকৈ  প্ৰধান চিকিৎসা মহাবিদ্যালয়ৰ  স্বীকৃতি বাতিল হোৱাৰ উপক্ৰম হৈছে। এয়া ৰাজ্যবাসীৰ বাবে অতি পৰিতাপৰ কথা আৰু এয়াই স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপ বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অভিমত ব্যক্ত কৰিছে। এই বিষয়ত কেৱল কেইটামান বিল্ডিং বান্ধিয়ে স্বাস্থ্যখণ্ডৰ উন্নয়ন হৈছে বুলি দাম্ভলি মৰা মুখ্যমন্ত্ৰীৰ ভুমিকাক ডি ৱাই এফ আইয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে। 

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এন এম চি)য়ে সাময়িকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম মেডিকেল কলেজ আৰু বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰিবলৈ জাননী প্ৰেৰণ কৰিছে। প্ৰয়োজনীয় ফেকাল্টিৰ অভাব, বিভিন্ন বিভাগত চিকিৎসকৰ অভাব, দুৰ্বল আন্তঃগাঁথনিকে ধৰি কেইবাটাও গুৰুতৰ বিসংগতিৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে স্বীকৃতি বাতিলৰ জাননী দিছে। আয়োগৰ এই পদক্ষেপৰ ফলত ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাৰ ফোঁ‌পোলা স্বৰূপটো প্ৰকাশ পাইছে। তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ ঘটনাই এটা কথাই প্ৰমাণ কৰিছে যে ৰাজ্যখনৰ জনসাধাৰণৰ উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ নামত গুৰুতৰ প্ৰবঞ্চনা কৰা হৈছে।

Apply Now

অতি দুৰ্ভাগ্যৰ কথা যে মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যৰ্থতা স্বীকাৰ কৰি প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰাৰ সলনি অতি পাতল কথা কই বিষয়টো লঘু কৰিব বিচাৰিছে। আন এক উল্লেখনীয় দিশ হ’ল মুখ্যমন্ত্ৰীয়ে দিয়া ভাষ্যৰ বিপৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ বক্তব্যত অন্য কথাহে প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই যে প্ৰকৃত ঘটনা গাপ দিব বিচাৰিছে সেয়া দুয়োজনৰ মন্তব্যৰ পৰাই প্ৰমাণিত হৈছে।  ডি ৱাই এফ আইয়ে দাবী কৰিছে চৰকাৰে পৰ্যাপ্ত চিকিৎসক, চিকিৎসা কৰ্মীৰ লগতে প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নত কৰাৰ মাজেৰে তিনিওখন চিকিৎসা মহাবিদ্যালয়ে যাতে শীঘ্ৰে পূৰ্বৰ স্থিতি ঘুৰাই পায় তাৰ ব্যৱস্থা কৰক আৰু ৰাইজলৈও  উন্নত স্বাস্থ্য সেৱা দিয়াৰ ব্যৱস্থা কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd