ৰাজ্যত ল'কডাউন চলি থকাৰ সময়তে বোকাখাত মহকুমাৰ নুমলীগড়ৰ ৰৌদুৱাৰ গাঁৱত শুকুবাৰৰে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘৰ্টিত হয়। গাঁওখনৰ যুৱক লোহিত কছাৰীয়ে...
Read moreDetailsক’ৰ'না ভাইৰাছে বিশ্বজুৰি সৃষ্টি কৰা আতংকৰ মাজতে ডা০ বোধেশ্বৰ গগৈ নামৰ বোকাখাতৰ এজন জ্যেষ্ঠ চিকিৎসকে ভাইৰাছবিধৰ সম্পৰ্কে লিখি উলিয়াইছে এখন...
Read moreDetailsক'ৰ'না ভাইৰাছৰ বাবে চলি থকা ল'কডাউনৰ সুযোগ লৈ গুৱাহাটী মহানগৰীৰ এখন মোবাইলৰ দোকানত বৃহস্পতিবাৰে নিশা এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। মহানগৰীৰ...
Read moreDetailsদক্ষিণ ভাৰতৰ কেৰালাত আজি ক’ৰ’নাত আক্ৰান্ত এটি ৪ মহীয়া শিশুৰ আজি মৃত্যু হয়। এই মৃত্যুৰ ঘটনাই ৰাজ্যখনত এক শোকাকূল পৰিৱেশৰ...
Read moreDetailsমহাৰাষ্ট্ৰত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা। শেহতীয়া খবৰ অনুসৰি ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ...
Read moreDetailsভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিচিত মহেন্দ্ৰ সিং ধোনীক পুনৰবাৰ ভাৰতীয় জাৰ্চিত দেখাৰ সম্ভাৱনা প্ৰায় নাই বুলিয়েই মন্তব্য কৰিছে স্পিনাৰ...
Read moreDetailsক’ৰ’না ভাইৰাছ অৰ্থাৎ কোভিদ-১৯ ৰ সংহাৰৰ মাজতে জনপ্ৰিয় সামাজিক মাধ্যম ফেইচবুকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা...
Read moreDetailsসাজু হৈ উঠিছে উমানন্দৰ উপৰেৰে যোৱা গুৱাহাটীৰ কচাৰী ঘাট আৰু উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে। গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্যই...
Read moreDetailsকৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈসহ সকলো ‘কা’ বিৰোধী কাৰাবন্দীৰ মুক্তিৰ দাবীত কেইবাটাও জাতীয় সংগঠনে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ...
Read moreDetailsভাৰতীয় বেটছমেন সকলৰ দলৰ প্ৰতি থকা দায়বদ্ধতা সন্দৰ্ভত প্ৰশ্ন তুলি ভাৰতৰ বহু তাৰকা ক্ৰিকেটাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে পাকিস্তানৰ প্ৰাক্তন...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd