• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নুমলীগড়ত লোমহৰ্ষক হত্যাকাণ্ড; স্বামীৰ উপৰ্যুপৰি দাৰ ঘাপত নিহত পত্নী

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , April 24, 2020 7:57 pm

1 min read

9.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ল’কডাউন চলি থকাৰ সময়তে বোকাখাত মহকুমাৰ নুমলীগড়ৰ ৰৌদুৱাৰ গাঁৱত শুকুবাৰৰে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘৰ্টিত হয়। গাঁওখনৰ যুৱক লোহিত কছাৰীয়ে নিজৰ পত্নীক দাৰে ঘপিয়াই হত্যা কৰে।

নিজৰ বাসগৃহতে লোহিত কছাৰীয়ে পত্নী ৰিছা মেচ কছাৰীক এখন দাৰে ঘপিয়াই হত্যা কৰে। পাৰিবাৰিক কন্দলৰ বাবেই স্বামীৰ উক্ত হত্যাকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে তিনি বছৰৰ পূৰ্বে ৰৌদুৱাৰ গাঁৱৰ লোহিত কছাৰী আৰু ৰিচা মেছ বিবাহপাশত আবদ্ধ হৈছিল। নিঃসন্তান দম্পতিহালৰ মাজত দীৰ্ঘদিন ধৰি ঘৰোৱা কন্দল লাগি আহিছিল। স্থানীয় লোকে নিহত পত্নীৰ পৰ-পৰুষৰ সৈতে সম্পৰ্ক থকা বুলি কব খোজে।

এটা কোঠাত আবদ্ধ কৰি পত্নীক ঘপিয়াই ঘপিয়াই হত্যা কৰা লোহিতক তেজে তুমুৰলী হোৱা অৱস্থাত আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত কৰায়ত্ত কৰে। হত্যাকাৰী লোহিত কছাৰী এতিয়া বোকাখাত আৰক্ষীৰ জিম্মাত।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে লোহিত কছাৰীয়ে পত্নী হত্যাত ব্যৱহাৰ কৰা তেজ লগা দাখন উদ্ধাৰ কৰে। ৰিছা মেচ কছাৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠাইছে বোকাখাত আৰক্ষীয়ে।

Recent News

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd