• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাজু হৈ উঠিছে দেশৰ ভিতৰতে দীৰ্ঘতম গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2020 8:14 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাজু হৈ উঠিছে উমানন্দৰ উপৰেৰে যোৱা গুৱাহাটীৰ কচাৰী ঘাট আৰু উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে। গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্যই আজি এই কথা জনায়।

আজি নিজেই ৰোপ-ৱে নিৰ্মাণ কাৰ্য্য নিৰিক্ষণ কৰি টুইটাৰ যোগে তেওঁ এই কথা সদৰী কৰে।

Apply Now

গুৱাহাটীৰ কাছাৰী আৰু উত্তৰ গুৱাহাটীৰ মাজত সাজি উলিওৱা উলিওৱা 'ৰোপ্-ৱে'ৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিছে। আজি মই নিজেই এই 'ৰোপ্-ৱে'ৰ মাধ্যমেৰে কাছাৰীৰ পৰা উত্তৰ গুৱাহাটীলৈ পৰীক্ষামূলক ভাৱে চলা-চল কৰি গোটেই ব্যৱস্থাটো পৰিদৰ্শন কৰিলোঁ।
১/৩ pic.twitter.com/h35CaR4O9a

— SiddharthaBhttachrya (@SBhttachrya) April 23, 2020

‘গুৱাহাটীৰ কাছাৰী আৰু উত্তৰ গুৱাহাটীৰ মাজত সাজি উলিওৱা উলিওৱা ‘ৰোপ্-ৱে’ৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিছে। আজি মই নিজেই এই ‘ৰোপ্-ৱে’ৰ মাধ্যমেৰে কাছাৰীৰ পৰা উত্তৰ গুৱাহাটীলৈ পৰীক্ষামূলক ভাৱে চলা-চল কৰি গোটেই ব্যৱস্থাটো পৰিদৰ্শন কৰিলোঁ।‘ টুইট কৰি তেওঁ কয়।

তেওঁ আৰু কয়, ‘মই লক্ষ্য কৰিছো যে এই ব্যৱস্থাটোৱে গুৱাহাটী মহানগৰী আৰু উত্তৰ গুৱাহাটীৰ মাজত কেৱল যে যাতায়তৰ সময়েই লাঘৱ কৰিব তেনে নহয়, ইয়াৰ মাধ্যমেৰে যাতায়ত কৰি ৰাইজে গুৱাহাটী মহানগৰ, বৰলুইত আৰু উমানন্দ মন্দিৰৰ যি মনোমোহা বিহংগম দৃশ্যৰাজী প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ব সি সঁচাকৈয়ে এক বুজাব নোৱাৰা অভিজ্ঞতা হিচাপে পৰিগণিত হ’ব।’

উল্লেখযোগ্য যে ভাৰতৰ ভিতৰতে দীৰ্ঘতম এই ৰ’পৱে’টোৰ দৈৰ্ঘ্য ১৮২০ মিটাৰ আৰু উক্ত ৰোপ-ৱে’ত এখন ‘কেবল কাৰ’-এ ৩০জন যাত্ৰী কঢ়িয়াব পাৰে।

‘সম্পূৰ্ণ ব্যৱস্থাটোৰ অগ্ৰগতি দেখি মই সুখী হৈছোঁ। অনতিপলমে ইয়াক ৰাইজৰ সেৱাত মুকলি কৰি দিয়া হ’ব।‘ তেওঁ লগতে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

October 4, 2026 8:45 am
ক্ষমা বিচৰাৰ দাবী প্ৰত্যাখ্যানৰ পিছতে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

ক্ষমা বিচৰাৰ দাবী প্ৰত্যাখ্যানৰ পিছতে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

October 4, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd