ক্ৰীড়া

ষ্টিভ স্মিথ টেষ্টৰ শ্ৰেষ্ঠ, শীৰ্ষৰ দহৰ মাজত তিনিগৰাকী ভাৰতীয় বেটছমেন

আই চি চিয়ে শেহতীয়াভাৱে টেষ্ট বেটছমেনৰ নতুন ৰেংকিং ঘোষণা কৰিছে। শেহতীয়াভাৱে ঘোষণা কৰা আই চি চিৰ টেষ্ট বেটছমেনৰ তালিকা অনুসৰি...

Read moreDetails

যদি খেলুৱৈ সকলে কোৱাৰেণ্টাইনত থাকিব পাৰে আম্পায়াৰ সকলে কিয় নোৱাৰে?, জেছন হোল্ডাৰৰ প্ৰশ্ন

ক’ৰ’না মহামাৰীৰ সময়ত আম্পায়াৰ সকলে কোৱাৰেণ্টাইনত থকা সন্দৰ্ভত মত ব্যক্ত কৰিছে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ টেষ্ট অধিনায়ক জেছন হোল্ডাৰে। জেছন...

Read moreDetails

ভদ্ৰলোকৰ খেল ক্ৰিকেটত বাংলাদেশী ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমৰ অভদ্ৰামি; ভাইৰেল ভিডিঅ’

ভদ্ৰলোকৰ খেল বুলি ক্ৰিকেটক কোৱা হয় যদিও বাংলাদেশৰ ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমৰ অভদ্ৰামিয়ে এতিয়া ছ'চিয়েল মিডিয়াত তীব্ৰ চৰ্চা লাভ কৰিছে। মুছফিকুৰ...

Read moreDetails

দেউতাৰ মন্তব্যত দুঃখিত; কৃষকক সমৰ্থন কৰিলেও পিতৃৰ সৈতে একমত নহয় যুৱৰাজ সিং

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙে কৃষকৰ প্ৰতিবাদৰ সময়ত পিতৃয়ে আগবঢ়োৱা মন্তব্যত দু:খিত বুলি উল্লেখ কৰি সেয়া তেওঁৰ...

Read moreDetails

১৭ বছৰে গোপনে ৰখা কৰুণ সত্যটো প্ৰকাশ কৰিলে লং জাম্পাৰ অঞ্জু ববী জৰ্জে, টুইট পঢ়ি আৱেগিক কিৰেণ ৰিজিজু, কি সেই সত্য?

এটা কৰুণ সত্য। যি সত্য বিগত ১৭ বছৰ ধৰি গোপনে ৰাখিছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ নাম উজলাই তোলা লং জাম্পাৰ...

Read moreDetails

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় মেচ

বিশ্বৰ সৰ্বৃবহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰা (চৰ্দাৰ পেটেল ক্ৰিকেট ষ্টেডিয়াম)ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। অহা বৰ্ষত ইংলেণ্ড আৰু...

Read moreDetails

ৰোহিত শৰ্মাই ২০২১ টি-২০ বিশ্বকাপত ভাৰতক নেতৃত্ব দিব লাগে; অৱসৰ গ্ৰহণ কৰাৰ পাছতে পাৰ্থিৱ পেটেলৰ মন্তব্য

সকলো ধৰণৰ ঘৰুৱা, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে মুখ খুলিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন উইকেটৰক্ষক বেটছমেন পাৰ্থিৱ পেটেলে।...

Read moreDetails

কালিকা লগা ২০২০! : এইবাৰ ১৯৮২ বিশ্বকাপ ফুটবলৰ নায়ক পাওলো ৰুছীৰ মৃত্যু

কালিকা ২০২০! ২০২০ বৰ্ষই ইজিনৰ পিছত সিজনকৈ বিশ্বৰ কিংবদন্তী তথা প্ৰবাদপ্ৰতীম লোকসকলক পৃথিৱীৰ পৰা কাঢ়ি নিছে। বিশ্ব ফুটবলৰ কিংবদন্তী খেলুৱৈ...

Read moreDetails

আই এছ এলত অপৰাজেয় ধাৰা অব্যাহত নৰ্থ-ইষ্ট য়ুনাইটেডৰ; শক্তিশালী বেংগালুৰুৰ বিৰুদ্ধে ড্ৰ খেলি ভগাই ল’লে পইণ্ট

ইণ্ডিয়ান চুপাৰ লীগৰ চলিত চিজনত অপৰাজেয় ধাৰা অব্যাহত ৰাখিছে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে। মঙলবাৰে নিশা ফাৰ্টোডা ষ্টেডিয়ামত শক্তিশালী বেংগালুৰু এফ...

Read moreDetails

১৮ বছৰৰ ক্ৰিকেট কেৰিয়াৰৰ অৱসান ঘটাই উইকেটকীপাৰ বেটছমেন পাৰ্থিৱ পেটেলৰ অৱসৰ ঘোষণা

১৮ বছৰৰ কেৰিয়াৰৰ অৱসন ঘটাই উইকেটকীপাৰ বেটছমেন পাৰ্থিৱ পেটেলে আজি টুইটৰৰ জৰিয়তে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা...

Read moreDetails
Page 221 of 423 1 220 221 222 423

Stay Connected

Recent News