• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যদি খেলুৱৈ সকলে কোৱাৰেণ্টাইনত থাকিব পাৰে আম্পায়াৰ সকলে কিয় নোৱাৰে?, জেছন হোল্ডাৰৰ প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2020 2:26 pm
Jason Holder

Jason Holder

24.8k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না মহামাৰীৰ সময়ত আম্পায়াৰ সকলে কোৱাৰেণ্টাইনত থকা সন্দৰ্ভত মত ব্যক্ত কৰিছে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ টেষ্ট অধিনায়ক জেছন হোল্ডাৰে।

জেছন হোল্ডাৰে কয় যে, ক্ৰিকেটাৰ সকলে অন্য দেশলৈ ভ্ৰমণ কৰাৰ সময়ত কোৱাৰেণ্টাইনত থকাৰ দৰে আম্পায়াৰ সকলেও কোৱাৰেণ্টাইনত থকা উচিত।

‘‘মই এতিয়াও বুজি পোৱা নাই কিয় এতিয়াও খেলত নিজ দেশৰ আম্পায়াৰ ব্যাৱহাৰ কৰি থকা হৈছে। যদি খেলুৱৈ সকলে নিজে উৎসৰ্গা কৰি ক্ৰিকেট খেল পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেন্তে আম্পায়াৰ সকলে কিয় নোৱাৰে,’’ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ অধিনায়ক গৰাকীয়ে প্ৰশ্ন কৰে।

জেছন হোল্ডাৰৰ মতে, ক্ৰিকেটাৰ সকলৰ দৰে আম্পায়াৰ সকলেও ভ্ৰমণ কৰিব লাগে আৰু বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিব লাগে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ বাবে অন্য দেশলৈ ভ্ৰমণ কৰাৰ সময়ত ক্ৰিকেটাৰ সকলে কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক কৰা হৈছে।

বহু সংখ্যক ক্ৰিকেটাৰে কোৱাৰেণ্টাইন কাল যথেষ্ট অৱসাদ পূৰ্ণ হোৱা বুলি মন্তব্য প্ৰকাশ কৰি কোৱাৰেণ্টাইনৰ ম্যাদ হ্ৰাস কৰাৰ বাবে অনুৰোধ কৰাৰ লগতে উক্ত সময়ছোৱাত প্ৰশিক্ষণৰ অনুমতি দিয়াৰ বাবেও আহ্বান জনায়।

বাধ্যতামূলক কোৱাৰেণ্টানত থকা সময়ছোৱাত ক্ৰিকেটাকৰ সকলে নিজৰ হোটেলৰ কোঠাৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলগীয়া হয়।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd