• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৭ বছৰে গোপনে ৰখা কৰুণ সত্যটো প্ৰকাশ কৰিলে লং জাম্পাৰ অঞ্জু ববী জৰ্জে, টুইট পঢ়ি আৱেগিক কিৰেণ ৰিজিজু, কি সেই সত্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2020 1:28 pm
a jpg
91.2k
VIEWS
Share on FacebookShare on Twitter

এটা কৰুণ সত্য।

যি সত্য বিগত ১৭ বছৰ ধৰি গোপনে ৰাখিছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ নাম উজলাই তোলা লং জাম্পাৰ অঞ্জু ববী জৰ্জে।

১৭ বছৰৰ পিছত সেই গোপন সত্য ৰাজহুৱা কৰিছে খেলুৱৈ গৰাকীয়ে।

২০০৩ চনত পেৰিছত আয়োজিত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰি এই খিতাপ লাভ কৰা প্রথম ভাৰতীয় হিচাবে পৰিগণিত হোৱা অঞ্জ ববী জৰ্জে ১৭ বছৰে কঢ়িয়াই লৈ ফুৰিছে এক যন্ত্ৰণা।

Believe it or not, I'm one of the fortunate, among very few who reached the world top with a single KIDNEY, allergic with even a painkiller, with a dead takeoff leg.. Many limitations. still made it. Can we call, magic of a coach or his talent @KirenRijiju @afiindia @Media_SAI pic.twitter.com/2kbXoH61BX

— Anju Bobby George (@anjubobbygeorg1) December 7, 2020

টুইটাৰত জীৱনৰ গোপন সত্যটো সদৰী কৰি অঞ্জু ববী জৰ্জে লিখিছে —‘বিশ্বাস কৰক বা নকৰক,মই বহু কম ভাগ্যৱানৰ ভিতৰৰে এগৰাকী যিয়ে কেৱল এটা কিডনীলৈয়েই বিশ্ব খিতাপ জয় কৰিছো।বিষনাশক দৰৱৰ প্ৰতিও মই এলাৰ্জীক হৈ পৰিছিলো…’

কেৱল এটা কিডনীৰে জীয়াই থাকিবলগীয়া হোৱা বাবে খেলুৱৈ গৰাকীয়ে যি যাতনা ভোগ কৰিবলগীয়া হৈছিল সেই কথা টুইটটোৰ কেইটামান শব্দই স্পষ্ট কৰি দিছে।

Anju, it's your hard work, grit and determination to bring laurels for India supported by the dedicated coaches and the whole technical backup team. We are so proud of you being the only Indian so far to win a medal in the World Athletic Championship! https://t.co/8O7EyhF2ZC pic.twitter.com/qhH2PQOmNe

— Kiren Rijiju (@KirenRijiju) December 7, 2020

সাধাৰণ দৰৱ খালেও তেওঁ অসুস্থ হৈ পৰিছিল।

যেতিয়াই তেতিয়াই হৈ পৰিছিল অজ্ঞান।

কিন্তু এনে শাৰীৰিক বাধাৰ কথা বিগত সোতৰে বছৰে তেওঁ কাকো জানিবলৈ দিয়া নাছিল।এই বাধাক নেওঁচি তেওঁ বিশ্ব জয় কৰিছিল।

আজুৰি আনিছিল ভাৰতৰ বাবে সন্মান।অঞ্জু ববী জৰ্জৰ এই টুইটে দেশবাসীক মৰ্মাহত কৰাৰ লগতে হৃদয় জোকাৰি গৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰো।

অঞ্জু ববীৰ টুইটৰ উত্তৰত ৰিজিজুৱে এইবুলি লিখিছে — ‘অঞ্জু এয়া তোমাৰ পৰিশ্ৰম,দৃঢ়তাআৰু সংকল্পৰ ফল। তোমাৰ কোচিং টিমৰ বাবেও এয়া সম্ভৱ হৈ উঠিছে। আমি তোমাকলৈ গৰ্বিত’।

এটা সাক্ষাৎকাৰ অঞ্জুৱে কৈছে যে ২০০১ চনতে তেওঁৰ দেহত কেৱল এটা কিডনী সক্ৰিয় হৈ থকাৰ কথা তেওঁ জানিব পাৰিছিল।

কিন্তু কেৱল মাত্ৰ দেশবাসীৰ মৰম তথা আশীৰ্বাদ শিৰতলৈ তেওঁ আগুৱাই গৈছিল।প্চণ্ড মনোবলেৰে অসাধ্যকো সাধ্য কৰি তুলিব পাৰি তাৰ প্ৰমাণ দাঙি ধৰিছে অঞ্জুৱে।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd