পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদিয়ে শেহতীয়াকৈ কৰা এটা মন্তব্যক লৈ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আফ্ৰিদিয়ে...
Read moreDetailsঅষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ বৰ্তমানৰ অন্যতম সফলতম বেটছমেন ষ্টিভ স্মিথ অনাগত দিনত ডন ব্ৰেডমেনৰ দৰে মহান বেটছমেন হ’ব পাৰিব বুলি মন্তব্য...
Read moreDetailsভাৰতীয় হকীৰ মহাতাৰকা বলবীৰ সিং (ছিনিয়ৰ)ৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে বলিউদৰ অভিনেতা অক্ষয় কুমাৰে। সোমবাৰে দেহাৱসান ঘটা ভাৰতীয় হকীৰ...
Read moreDetailsটকিঅ' অলিম্পিকত অংশগ্ৰহৰণৰ বাবে নিৰ্বাচিত হোৱা ভাৰতীয় বক্সাৰসকলে অহা ১০ জুনৰ পৰা অনুশীলন আৰম্ভ কৰিব। পাটিয়ালাত থকা National Institute of...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত আই চি চিয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে। ক’ৰ’না ভাইৰাছৰ...
Read moreDetailsভাৰতীয় দলৰ উইকেট কীপাৰ বেটছমেন ৰবীন উত্থাপাই ভাৰতীয় ক্ৰিকেটাৰ সকলক বিদেশী লীগত খেলিবলৈ অনুমতি দিয়াৰ বাবে বি চি চি আইলৈ...
Read moreDetailsভাৰতত ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ অব্যাহত ৰখাৰ সমান্তৰালকৈ প্ৰব্ৰজিত শ্ৰমিকসকলক লৈও কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ সমূহ সমস্যাত পৰা পৰিলক্ষিত...
Read moreDetailsচীনৰ পৰা বিশ্বৰ সকলো প্ৰান্তলৈ সংক্ৰমণ ঘটা ক’ৰ’না ভাইৰাছৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ক্ৰিকেট খেল আজিৰ পৰা পুনৰ...
Read moreDetailsভাৰতীয় ফুটবল দলৰ অধিনায়ক, তাৰকা ফুটবলাৰ সুনীল চেত্ৰীয়ে বুধবাৰে ইষ্টাগ্ৰাম লাইভত জেষ্ঠ কংগ্ৰেছী সাংসদ শশী থাৰুৰৰ সৈতে মত বিনিময় কৰে।...
Read moreDetailsদক্ষিণ আফ্ৰিকাৰ অন্যতম সফল অধিনায়ক গ্ৰেম স্মিথে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমান ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd