গান্ধী, নেহৰু, অটল বিহাৰী, দীনদয়ালৰ নামত নহয় বক্সাৰ মেৰিকমৰ নামত পথৰ নাম ৰাখিলে মণিপুৰ চৰকাৰে
অসমৰ নিজস্বতাহীন বৰমূৰীয়াসকলে পদলেহনৰ নামত ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, বাট-ঘাট আদি নেহৰু, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, বাজপেয়ী, দীনদয়াল আদিৰ নামত নামাকৰণ...
Read more