• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু শীৰ্ষস্থানৰ বাংগালুৰু এফ চিৰ ড্ৰ; দ্বিতীয় স্থান অক্ষত নৰ্থ-ইষ্টৰ

৯০ মিনিট পৰ্য্যন্ত আগ বাঢ়ি থাকিও শেষ মুহূৰ্তত গ'ল খালে নৰ্থ-ইষ্ট য়ুনাইটেডে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2018 9:45 pm
NorthEastUnited
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই এছ এলৰ আজিৰ এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেল নৰ্থ-ইষ্ট য়ুনাইটেডে শীৰ্ষস্থানৰ দল বাংগালুৰু এফ চিৰ বিৰুদ্ধে ১-১-অত ড্ৰৰে সামৰিব লগীয়া হয়। গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা আজিৰ খেলখনত ঘৰুৱা দলটোৱে শীৰ্ষস্থানৰ দলটোৰ বিৰুদ্ধে খেলৰ অতিৰিক্ত সময়লৈকে আগুৱাই আছিল।

কিন্তু অতিৰিক্ত সময়ৰ ২ মিনিটত বাংগালুৰু এফ চিৰ ভুটীয়া খেলুৱৈ চেনচো জিলটছেন এটা গ’ল দি হতাশ কৰে নৰ্থ-ইষ্ট য়ুনাইটেডক।

Apply Now

ইয়াৰ পূৰ্বে নৰ্থ-ইষ্ট য়ুনাইটেডে ৬৪ মিনিটত ইয়াৰ উৰুগুৱেন তাৰকা ফেডেৰিকো গালেগোৰ গ’লৰ সহায়ত অগ্ৰগতি লাভ কৰিছিল আৰু খেলৰ অতিৰিক্ত সময় পৰ্য্যন্ত সেই অগ্ৰগতি ধৰি ৰাখিছিল। ফলত উৎফুল্ল হৈ পৰিছিল দলটোৰ অনুৰাগী তথা ঘৰুৱা সমৰ্থকসকল। কিন্তু শেষ তিনি মিনিটত তেওঁলোক হতাশ হ’ব লগীয়া হয়।

অৱশ্যে এই ড্ৰ সত্ত্বেও তালিকাত দুয়োটা দলৰ অৱস্থানৰ কোনো সালসলনি হোৱা নাই আৰু দুয়োটা দল প্ৰথম দুটা স্থানতে আছে।

উল্লেখযোগ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে এইবাৰ ডাচ্ছ প্ৰশিক্ষক এলকো স্কেটৰি (Eelco Schattorie) আৰু নাইজেৰিয়ান অধিনায়ক বাৰ্থলমেউ অগবেছেই (Bartholomew Ogbeche) ৰ সুনেতৃত্বত ব্যতিক্ৰম ধৰণৰ উন্নত খেল প্ৰদৰ্শন কৰিছে।

নৰ্থ-ইষ্ট য়ুনাইটেডে এইবাৰ এই পৰ্য্যন্ত ১০খন খেলৰ এখনতহে পৰাজিত হৈছে। ৫খনত জয় পোৱাৰ বিপৰীতে ৪খন ড্ৰ খেলিছে। দলটোৰ মুঠ পইণ্ট হ’ল ১৯।

আনহাতে বাংগালুৰু এফ চিয়ে এই পৰ্য্যন্ত এখনো খেলত হৰা নাই। ৯খন খেল খেলি মাত্ৰ ২খন ড্ৰ আৰু বাকী ৭খনত জয়ী হৈছে। দলটোৰ পইণ্ট হ’ল ২৩। তৃতীয়ত আৰু চতুৰ্থ স্থানত থকা ক্ৰমে গোৱা আৰু মুম্বাই চিটিৰ পইণ্ট হ’ল ১৭।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd