শীর্ষ সংবাদ

চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

১. কেৰালাৰ শাস্ত্ৰীয় নৃত্য কি?  উঃ কথকলি  ২. অন্ধ্ৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য কি?  উঃ কুচিপুড়ি  ৩. কৰ্ণাটকী সংগীতৰ "ত্ৰিমূৰ্তি" খ্যাত...

Read moreDetails

এতিয়াৰে পৰা ঘৰতে বহি প্ৰদানৰ কৰিব পাৰিব আধাৰ কাৰ্ডৰ বায়’মেট্ৰিক  

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে আধাৰ কাৰ্ডৰ বায়’মেট্ৰিক প্ৰদানৰ বাবে ব্যক্তিগত মোবাইল এপ্লিকেচন ব্যৱহাৰত অনুমোদন জনাইছে। এতিয়াৰ পৰা ব্যৱহাৰকাৰীসকলে সহজে...

Read moreDetails

ৰীল বনাবলৈ গৈ ৰে’ল যাত্ৰীক চৰ সোধালে ইউটিউবাৰে! গ্ৰেপ্তাৰৰ পিছত অনুশোচনাত ভুগি বিচাৰিলে ক্ষমা

সামাজিক মাধ্যমত জনপ্ৰিয় হ’বলৈ মানুহে কি কি যে কৰা নাই! এইবাৰ ৰীল বনোৱাৰ সময়ত ৰে’ল যাত্ৰীক চৰ সোধালে এজন ইউটিউবাৰে।...

Read moreDetails

“বৰ্তমান প্ৰেক্ষাপটত বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দল এটাক কোনো দলেই অকলে প্ৰতিহত কৰিব নোৱাৰে”: ডা° ভবেন চৌধুৰী

পঞ্চায়ত নিৰ্বাচনলৈ টঙালি বান্ধিছে আম আদমি পাৰ্টীয়ে৷ ২ মাৰ্চ তাৰিখে গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ত আপৰ সক্ৰিয় জিলা সমূহৰ সভাপতি সকলৰ...

Read moreDetails

প্ৰভুভক্ত : গৰাকীক বচাবলৈ বাঘৰ সৈতে যুঁজ দি প্ৰাণ হেৰুৱালে জাৰ্মান শ্বেফাৰ্ডে

নিজৰ প্ৰভুভক্তি আৰু আনুগত্যৰ বাবে মানুহৰ প্ৰিয় সংগী হিচাপে সদায় পৰিচিত হৈ আহিছে পোহনীয়া কুকুৰ। এইবাৰ এটা পোহনীয়া কুকুৰে গৰাকীৰ...

Read moreDetails

ডুপ্লিকেট EPIC  সন্দৰ্ভত মৌনতা ভাঙিলে নিৰ্বাচন আয়োগে

ভাৰতীয় নিৰ্বাচন আয়োগে বিভিন্ন ৰাজ্যৰ ভোটাসকলৰ একেধৰণৰ ভোটাৰ ফটো পৰিচয় পত্ৰ (ইপিআইচি) নম্বৰ থকালৈ সৃষ্টি হোৱা উদ্বেগ সন্দৰ্ভত স্পষ্ট কৰি...

Read moreDetails

চৰকাৰ পৰা এটকাও সাহায্য নাই : ব্ৰহ্মপুত্ৰ নদীত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰিলে ধুবুৰীৰ এখন গাঁৱৰ বাসীয়ে

ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা বানৰ তাণ্ডৱৰ পৰা নিজৰ কৃষিভূমি আৰু ঘৰ-দুৱাৰ ৰক্ষা কৰিবলৈ ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰিছে ধুবুৰীৰ...

Read moreDetails

সামৰণি পৰিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটৰ একাদশ বিশ্ববিদ্যালয় সপ্তাহ

শিক্ষাৰ্থীৰ শাৰীৰিক-মানসিক-বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটৰ একাদশ বিশ্ববিদ্যালয় সপ্তাহৰ যোৱা নিশা সফল সামৰণি পৰে...

Read moreDetails

তৃণমূলৰ শিক্ষামন্ত্ৰীৰ অতপালি! গাড়ীৰে মহতীয়াই নিলে প্ৰতিবাদ কৰিবলৈ অহা ছাত্ৰক ‎

শৈক্ষিক উৎকৰ্ষতা আৰু ছাত্ৰ সক্ৰিয়তাৰ বাবে পৰিচিত কলকাতাৰ জাদৱপুৰ বিশ্ববিদ্যালয়ত মূলত বাওঁপন্থী ছাত্ৰ সংগঠন এছ এফ আই  আৰু তৃণমূল কংগ্ৰেছ...

Read moreDetails

সম্পত্তিৰ বাবে মাতৃক নিৰ্মমভাৱে প্ৰহাৰ! ৰক্তপান কৰাৰ ভাবুকি নিজ কন্যাৰ

সম্পত্তিৰ স্বাৰ্থত মাতৃক নৃশংসভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী কন্যাৰ বিৰুদ্ধে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ঘটনাৰ এটা ভিডিঅ’...

Read moreDetails
Page 1138 of 5980 1 … 1,137 1,138 1,139 … 5,980

Stay Connected

Recent News