শীর্ষ সংবাদ

ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰা অভিলেখ ভংগকাৰী মেচত নায়ক অষ্ট্ৰেলিয়াৰ ইংলিছ

অভিলেখ ভংগকাৰী মেচত শনিবাৰে অষ্ট্ৰেলিয়াই ইংলেণ্ডক পৰাস্ত কৰে। ইংলেণ্ডে প্ৰথমে বেটিং কৰি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহ কৰে। এই...

Read moreDetails

মোডীৰ কাৰ্যালয়ত পুনৰ সংস্থাপন; নতুন দায়িত্বত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাস

মাত্ৰ দুমাহ ঘৰত বহিল! শক্তিকান্ত দাসে অৱসৰ লৈছিল মাত্ৰ এইকেইদিনহে। ডিচেম্বৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে তেওঁৰ কাৰ্যকাল শেষ...

Read moreDetails

‘বন্ধু মোদীলৈ আমেৰিকাৰ ২১ মিলিয়ন ডলাৰ’, ট্ৰাম্পৰ নতুন বিস্ফোৰণত অসহায় বিজেপি!

ভাৰতত ইউএছ এইডৰ (আমেৰিকান সাহায্য) ২ কোটি ১০ লাখ ডলাৰৰ অনুদান কোনে লাভ কৰিলে সেই লৈ তীব্ৰ বিতৰ্কৰ মাজতে আমেৰিকাৰ...

Read moreDetails

ওড়িশাত সংঘটিত ৰে’ল দুৰ্ঘটনা! লাইনচ্যুত নিউ জলপাইগুৰি-চেন্নাই এক্সপ্ৰেছ

ওড়িশাৰ বালাসৰত নিউ জলপাইগুৰি-চেন্নাই এক্সপ্ৰেছৰ দুৰ্ঘটনা সংঘটিত হয়। ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে ৰে’লখন ৰে’লপথৰ পৰা বিদ্যুতৰ খুঁটাত খুন্দা...

Read moreDetails

ছত্তীশগড়ত দিনে নিশাই খোলা ৰাখিব পাৰিব দোকানঃ মহিলাসকলেও নৈশ শ্বিফটত কাম কৰাৰ পাব সুবিধা

বিজেপিৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইৰ ছত্তীশগড় চৰকাৰে ৰাজ্যত ব্যৱসায় আৰু বাণিজ্য বৃদ্ধিৰ বাবে নতুন নিয়ম আনিছে। মুঠতে ছত্তীশগড়ৰ দৰে ৰাজ্যত...

Read moreDetails

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰই নপঢ়াৰ বাবে গছত বান্ধি প্ৰহাৰ শিক্ষকৰঃ থানাত দাখিল এজাহাৰ

ছাত্ৰজনে শ্ৰেণীত পঢ়া নাছিল।যাৰ ফলত এজন শিক্ষকৰ বিৰুদ্ধে গছত বান্ধি প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। উত্তৰ প্ৰদেশৰ মইনপুৰীত সংঘটিত হৈছে এই...

Read moreDetails

বিয়াতলিত অঘটন! কন্যাৰ বিবাহ অনুষ্ঠানৰ মাজতেই হাৰ্ট এটেকত  মৃত্যুক আঁকোৱালি ল’লে পিতৃয়ে

বিবাহ অনুষ্ঠানত অতিথিসকল ব্যস্ত। অনুষ্ঠানটো সুচাৰুৰূপে হোৱাটো নিশ্চিত কৰিবলৈ কইনাৰ দেউতাকে উন্মাদভাৱে দৌৰি ফুৰিছিল। সকলো ঠিকেই আছিল।যেতিয়া সন্ধিয়া বিবাহ অনুষ্ঠান...

Read moreDetails

আমেৰিকাৰ আদালতত দোষী সাব্যস্ত ছলমান ৰুশ্বদিৰ আক্ৰমণকাৰীঃ ন্যূনতম ৩০ বছৰৰ কাৰাদণ্ড দিয়াৰ সম্ভাৱনা

ভাৰতীয় মূলৰ লেখক ছলমান ৰুশ্বদিৰ ওপৰত আক্ৰমণৰ বাবে দোষী সাব্যস্ত হৈছে হাদী মাটাৰ (২৭)। আমেৰিকাৰ আদালতত তেওঁৰ বিচাৰ সম্পূৰ্ণ হৈছে।...

Read moreDetails

পুনৰ বিতৰ্কত শংকৰ সংঘ! তোলনী বিয়াত মাছ-মাংস খুৱাই বহিষ্কৃত হ’ল এটা পৰিয়াল

বিতৰ্কই লগ নেৰা হৈছে ৰাজ্যৰ অন্যতম ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘক। বিতৰ্কৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিও পুনৰ এবাৰ বিতৰ্কত সোমাই...

Read moreDetails

বিদেশী বিনিয়োগৰ জালিয়াতি! বিবিচি ইণ্ডিয়াক কেইবা কোটি টকাৰ জৰিমনা বিহিলে ইডিয়ে

বিদেশী বিনিয়োগৰ সৈতে জড়িত জালিয়াতিৰ গোচৰত বিবিচি ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে। শুকুৰবাৰে বিবিচি ইণ্ডিয়াক...

Read moreDetails
Page 1155 of 5981 1 … 1,154 1,155 1,156 … 5,981

Stay Connected

Recent News