শীর্ষ সংবাদ

ডিব্ৰুগড়ত নাহৰফুটুকী ছাল আৰু হাড়সহ আটক দুজনক

জীৱ-জন্তুৰ অংগ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত ডিব্ৰুগড়ৰ মৰাণ অঞ্চলত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা নাহৰফুটুকীৰ ছাল আৰু হাড় জব্দ...

Read moreDetails

কেজৰিৱালে মুখ্যমন্ত্ৰীৰ আবাসগৃহ পুনঃনিৰ্মাণ কৰা বিষয়টোৰ তদন্ত হ’ব : নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰীৰ আবাস গৃহ পুনঃনিৰ্মাণ কৰাৰ বিষয়টো সম্পৰ্কে তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয়...

Read moreDetails

ৰহস্যজনকভাৱে মৃত্যু ২৪ বছৰীয়া কোৰিয়ান অভিনেত্ৰীৰ; ঘৰৰ পৰা উদ্ধাৰ মৃতদেহ

কোৰিয়াৰ অভিনেত্ৰী কিম চে-ৰনৰ ৰহস্যজনক মৃত্যু ঘটিছে। ঘৰৰ পৰা উদ্ধাৰ হৈছে ২৪ বছৰীয়া অভিনেত্ৰীগৰাকীৰ মৃতদেহ। ‘ব্লাডহাউণ্ডছ’ আৰু ‘দ্য মেন ফ্ৰম...

Read moreDetails

সংগীতানুষ্ঠান বাতিল, চিকিৎসালয়ত ভৰ্তি : কি হৈছে ছুপাৰষ্টাৰ ছাকিৰাৰ?

শাৰীৰিকভাবে অসুস্থ হৈ পৰিছে কলম্বিয়াৰ  বিখ্যাত সংগীতশিল্পী ছাকিৰা। শাৰীৰিক অসুস্থতাৰ বাবে বাতিল কৰা হৈছে দেওবাৰে লিমাত অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠান। জানিব...

Read moreDetails

চিকনা জৌহৌলাও হ’ব ৰাজ্যৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান; কেবিনেটৰ আৰু কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত?

কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ৰাইমনা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজত অৱস্থিত চিকনা জৌহৌলাও সংৰক্ষিত বনাঞ্চলখন অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যান হ’ব...

Read moreDetails

স্বাৰ্থ শেষ! আমেৰিকা-ৰাছিয়াৰ শান্তি আলোচনালৈ আমন্ত্ৰণ জনোৱা হোৱা নাই ইউক্ৰেইনক

ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ লক্ষ্যৰে আমেৰিকা আৰু ৰাছিয়াৰ মাজত আলোচনাত কিয়েভক আমন্ত্ৰণ জনোৱা হোৱা নাই। ইউক্ৰেইন চৰকাৰৰ এক উচ্চ পৰ্যায়ৰ...

Read moreDetails

অসম চুক্তি সন্দৰ্ভত ৩৮টা পৰামৰ্শৰ ক্ষেত্ৰত সহমতত উপনীত চৰকাৰ আৰু আছু

অসম চুক্তি সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনে দিয়া ৫২টা পৰামৰ্শৰ ভিতৰত ৩৮টা পৰামৰ্শৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু সদৌ...

Read moreDetails

নিৰাপত্তা নিশ্চিত কৰিবলৈ ইউক্ৰেইনত ব্ৰিটেইনৰ সেনা নিয়োগ কৰিবলৈ সাজু কেইৰ ষ্টাৰমাৰ

ব্ৰিটেইনে নিৰাপত্তা নিশ্চিত কৰিবলৈ ইউক্ৰেইনলৈ ব্ৰিটিছ সৈন্য প্ৰেৰণ কৰিব বিচাৰিছে। শান্তি চুক্তিৰ অংশ হিচাপে ইউক্ৰেইনত নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে তাত...

Read moreDetails

কলিয়াবৰৰ ওচৰৰ ৰজাজানবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

কলিয়াবৰৰ ওচৰৰ ৰঙাজানবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। লোকজনৰ নাম নাম হীৰালাল চাওতাল। কাজিৰঙাৰ ঠিক...

Read moreDetails

১১২ জন অবৈধ অনুপ্ৰৱেশকাৰীলৈ ভাৰতত নামিল আমেৰিকাৰ তৃতীয়খন বিমান; কোন ৰাজ্যৰ বেছি?

আমেৰিকাৰ পৰা বিতাড়িত অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা তৃতীয়খন বিমান ভাৰতত উপস্থিত হৈছে। দেওবাৰে নিশা প্ৰায় ১০ মান বজাত পঞ্জাৱৰ অমৃতসৰত...

Read moreDetails
Page 1166 of 5981 1 … 1,165 1,166 1,167 … 5,981

Stay Connected

Recent News