শীর্ষ সংবাদ

নিষ্ঠুৰ! চিকিৎসাৰ নামত যুৱতীৰ মূৰত ১৮টা বেজী সুমুৱাই গ্ৰেপ্তাৰ হ’ল তান্ত্ৰিক

কেইবাবছৰ ধৰি অসুস্থ হৈ আছিল যুৱতীগৰাকী। বহু ডাক্তৰক দেখা কৰাৰ পাছতো কোনো লাভ নহ’ল। অৱশেষত পৰিয়ালটোৱে তেওঁক এজন তান্ত্ৰিকৰ ওচৰলৈ...

Read moreDetails

বিশ্ববিদ্যালয় চৌহদত কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ; অধিসূচনা জাৰি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

বিশ্ববিদ্যালয় কেম্পাছৰ ভিতৰত আৰু কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিব নোৱাৰিব। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই অধিসূচনা জাৰি...

Read moreDetails

ছেপ্তেম্বৰত অসমৰ ৫টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

অসমৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অসমৰ উপ-নিৰ্বাচন...

Read moreDetails

সমগ্ৰ বিশ্বতে স্তব্ধ মাইক্ৰ’ছফ্ট উইণ্ড’জ! ব্যাহত বিমানবন্দৰৰ পৰা বেংকিং সেৱালৈকে কামকাজ

শুকুৰবাৰে পুৱাৰে পৰা ক্ষতিগ্ৰস্ত হৈছে উইণ্ড’জ ব্যৱহাৰকাৰীসকল। তেওঁলোকে কম্পিউটাৰটো খুলিলেই পৰ্দাত এখন নীলা পৰ্দা ওলায়। ইয়াত কোৱা হৈছে যে কম্পিউটাৰ...

Read moreDetails

ফেচবুকত ধন দুগুণ কৰাৰ বিজ্ঞাপনত ক্লিক কৰি ১.৫ কোটি টকা হেৰুৱালে এজনে

চাইবাৰ কেলেংকাৰীৰ আন এক দুৰ্ভাগ্যজনক কাণ্ড সংঘটিত হৈছে৷ ফেচবুকত ধন দুগুণ কৰা বিজ্ঞাপনত ক্লিক কৰি মাংগালোৰৰ এজন বাসিন্দাই ডেৰ কোটি...

Read moreDetails

বিক্ৰী হ’ব গুজৰাট টাইটানছ! দল কিনিবলৈ উবুৰি খাই পৰিছে আদানী গ্ৰুপ, দাবী প্ৰতিবেদনত

আই পি এল দল গুজৰাট টাইটানছৰ অংশীদাৰিত্ব বিক্ৰীৰ পথত মালিক চিভিচি কেপিটেলছ। ইকনমিক টাইমছৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা...

Read moreDetails

ভাৰতীয় কূটনীতিবিদ বিনয় মোহন কোৱাট্ৰাক আমেৰিকাত পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি

শুকুৰবাৰে বিনয় মোহন কোৱাট্ৰাক আমেৰিকাত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই কথা নিশ্চিত...

Read moreDetails

ভাৰতীয় নৌসেনাৰ বাবে ৰাছিয়াই নিৰ্মাণ কৰি উলিয়ালে ‘মেঘনাদ’! সমুদ্ৰতলিৰ মহাযোদ্ধা হ’ব আইএনএছ তুশিল

'মেঘনাদে' পিছফালৰ পৰা শত্ৰুৰ ওপৰত মাৰাত্মক আঘাত কৰিব পাৰে, ঠিক ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিত অৰ্থাৎ মেঘনাদৰ দৰে। এইবাৰ ভাৰতীয় নৌসেনাই ৰাছিয়াৰ...

Read moreDetails

১৯৩৫ চনৰ মুছলিম বিবাহ আৰু বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে

অসমৰ বিজেপি চৰকাৰে ১৯৩৫ চনৰ মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এই...

Read moreDetails

বন বিভাগক খবৰ নিদিয়াকৈ নুমলীগড় শোধনাগাৰৰ কৰ্তৃপক্ষই পুতি থলে বিদ্যুৎস্পৃষ্ট হৈ মৃত হাতী!

এক মৰ্মান্তিক ঘটনাত অসমৰ নুমলীগড় শোধনাগাৰৰ টাউনশ্বিপৰ ভিতৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুবৰণ কৰে এটা বনৰীয়া হাতীয়ে। হাতীটোৰ মৃত্যুত ক্ষোভৰ সৃষ্টি হোৱাৰ...

Read moreDetails
Page 1450 of 5920 1 1,449 1,450 1,451 5,920

Stay Connected

Recent News