• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ডানা’ৰ দ্বাৰা প্ৰভাৱিত ওড়িশা! জৰুৰী বৈঠক ঘোষণা মুখ্যমন্ত্ৰীৰ, বংগত ৰে’ল-বিমান সেৱা ব্যাহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2024 10:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে নিশা স্থলভাগত প্ৰৱেশ কৰে ডানা ঘূৰ্ণীবতাহ। ওড়িশাৰ এক বৃহৎ অঞ্চল ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ধুমুহাৰ ফলত বহু পথ বন্ধ হৈ পৰে। উপকূলীয় অঞ্চলত ১১০ কিলোমিটাৰ বেগেৰে বলিছে ধুমুহা। আনহাতে, নবন্নাৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ধুমুহাৰ বাবে বন্ধ কৰি দিয়া হৈছে দীঘা মেৰিন ড্ৰাইভ।

বতৰ বিজ্ঞান কাৰ্যালয়ৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে নিশা ১১:১২ বজাৰ পৰা স্থলপথত প্ৰৱেশৰ প্ৰক্ৰিয়া আৰম্ভ হয়।প্ৰায় ৯ ঘণ্টা ধৰি স্থলপথত প্ৰৱেশৰ প্ৰক্ৰিয়া চলি থকা বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে। শুকুৰবাৰে পুৱা আঠ বজালৈকে স্থলপথত প্ৰৱেশ কৰিলে ‘ডানা’। স্থলভাগৰ সময়ত ঘণ্টাত ১১০ কিলোমিটাৰ বেগেৰে বংগ আৰু ওড়িশাৰ উপকূলীয় অঞ্চলত ধুমুহাই আঘাত হানে। অৱশ্যে এই পৰ্যন্ত কোনো ধৰণৰ গুৰুতৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।

‘ডানা’ৰ স্থলভাগৰ বাবে ওড়িশাত বহু গছ উভালি পৰাৰ খবৰ পোৱা গৈছিল। ধমৰাৰ কেইবাটাও অঞ্চলত গছ-গছনি সৰি পৰাৰ বাবে পথটো বন্ধ হৈ পৰিছে। অৱশ্যে তাতেই ইতিমধ্যে উভালি পেলোৱা গছবোৰ কটাৰ কাম আৰম্ভ হৈছে। ভুৱনেশ্বৰত বহি পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে। স্থলপথত অৱতীৰ্ণ হোৱাৰ পিছত দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী আৰু মুখ্য সচিবৰ সৈতেও বৈঠকত বহিছিল। ঘূৰ্ণীবতাহৰ ফলত ওড়িশাৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হৈ আহিছে।

Apply Now

‘ডানা’ই বংগত বৰ বিশেষ বিধ্বংসী প্ৰভাৱ পেলাব পৰা নাই। অৱশ্যে দীঘা মেৰিন ড্ৰাইভ বন্ধ কৰি দিয়া হৈছে। স্থলপথত অহাৰ পৰাই মহাসাগৰত আহি আছে ডাঙৰ ডাঙৰ ঢৌ। পূব মিদনাপুৰ আৰু কলকাতাত বৰষুণ দি আছে। কলকাতা বিমানবন্দৰৰ সেৱা পুৱা ৯ বজালৈ বন্ধ কৰি দিয়া হৈছে। ৰেল আৰু ফেৰী সেৱাও সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। কিন্তু শুকুৰবাৰে পুৱাৰে পৰা পৰিস্থিতি স্বাভাৱিক হ’ব, ৰে’ল আৰু বিমান পৰিবহণ আৰম্ভ হ’ব। অৱশ্যে শুকুৰবাৰেও গোটেই দিনটো বৰষুণ অব্যাহত থাকিব বুলি বতৰ কার্যালয়ৰ পৰা জানিব পৰা গৈছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd