শীর্ষ সংবাদ

‘মোক ক্ষমা কৰা, কুস্তী, তোমাক বিদায়…!’ হৃদয় বিদাৰক পোষ্ট লিখি অৱসৰ ঘোষণা ৱিনেশ ফ’গাটৰ

বুধবাৰে তেওঁৰ ওজন মাত্ৰ ১০০ গ্ৰাম বেছি হোৱাৰ বাবে অলিম্পিকৰ ফাইনেলৰ পৰা বাহিৰ হৈছিল। ইয়াৰ পিছতে বুধবাৰে নিশা ছেমি ফাইনেলত...

Read moreDetails

মন্ত্ৰী অশোক সিংঘালক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ; ৰাজ্যৰ প্ৰতি দায়বদ্ধতাক লৈ তুলিলে প্ৰশ্ন

বিধায়ক অখিল গগৈয়ে মন্ত্ৰী অশোক সিংঘালক অসমৰ কল্যাণতকৈ ব্যৱসায়িক স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ উত্থাপন কৰি তীব্ৰ সমালোচনা কৰিছে। সংবাদ মাধ্যমৰ...

Read moreDetails

২৭ বছৰৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া ছিৰিজত পৰাজয়; বলিঙেৰে দৃষ্টি কাঢ়িলে ৰিয়ানে

গুৰু গম্ভীৰৰ ছত্ৰছায়াত আছিল প্ৰথমটো এদিনীয়া শৃংখলা। চেম্পিয়নছ ট্ৰফীৰ আগতে প্ৰস্তুতি চলোৱাৰ আছিল সৰ্বোত্তম সুযোগ। কিন্তু শ্ৰীলংকাৰ বিৰুদ্ধে ছিৰিজত টিম...

Read moreDetails

কাইলৈ বাংলাদেশত গঠন হ’ব অন্তৱৰ্তীকালীন চৰকাৰ; প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’ব নোবেলজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছে

বাংলাদেশৰ ৰাজনৈতিক সংকটৰ মাজতে ছাত্ৰ নেতাসকলৰ আহ্বানৰ পাছত সংকটগ্ৰস্ত দক্ষিণ এছিয়াৰ দেশখনত নোবেল বিজয়ী মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়াৰ...

Read moreDetails

গুৱাহাটীত অবৈধ গো-মাংসৰ দোকান বন্ধ কৰাৰ আহ্বান আৰএছএছ সমৰ্থিত মুছলিম সংগঠনৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সমৰ্থিত সংগঠন মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ অসম ইউনিটে গুৱাহাটীত অবৈধ গো-মাংসৰ দোকান বন্ধ কৰিবলৈ আহ্বান জনাইছে। মুছলিম ৰাষ্ট্ৰীয়...

Read moreDetails

স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ

গুৱাহাটীত কৃত্ৰিম বানত গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত বানত অৱৰুদ্ধ...

Read moreDetails

“জোতা খুলি মাৰিম”- বিজেপিৰ মহিলা বিধায়কৰ ৰাজহুৱাভাৱে চৰকাৰী বিষয়াক ভাবুকি

ৰাজপথৰ মাজত থিয় হৈ চৰকাৰী বিষয়াক উদ্দেশ্যি মহিলা বিধায়িকাৰ ভাবুকি- "আপুনি যদি ক্ষমা নোখোজে, মই মোৰ জোতা খুলি মাৰিম..!" স্থানীয়...

Read moreDetails

সুখৰ দিনৰ পৰিসমাপ্তি ? আৰ পি এফ, জি আৰ পিৰ জোৱানসকলেও ল’ব লাগিব ৰেলৰ টিকট

শেহতীয়াকৈ ৰে’লৱেই কয় যে কেৱল ৰে’লৱে পৰিচয় পত্ৰ লৈ ৰে’লত উঠাটো প্ৰয়োজনীয় নহয়। বৈধ টিকটো ক্ৰয় কৰিব লাগিব। ৰে’ল ন্যায়াধিকৰণৰ...

Read moreDetails

ইণ্টাৰছেক্স সম্পৰ্কীয় ক্ৰীড়া পলিচি বনাম নাৰীৰ প্ৰশ্ন : জিতেন বেজবৰুৱা

পেৰিছ অলিম্পিকত আলজেৰিয়ান বক্সাৰ ইমান খালিফক কেন্দ্ৰ কৰি যিটো ঘটনা ঘটিল সি আচলতে এক প্ৰাতিষ্ঠানিক বিফলতাৰ পৰিণাম৷ গতিকে ব্যক্তিগত স্তৰত...

Read moreDetails

সকাহ! ঢাকাৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে দিল্লীত অৱতৰণ কৰিলে ২০৫ জন ভাৰতীয়ই

বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ জুই জ্বলি উঠিছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ আগত হাৰ মানিবলগীয়া হৈছিল, সোমবাৰে পদত্যাগ কৰি মুজিবকন্যাই দেশ...

Read moreDetails
Page 1498 of 5998 1 … 1,497 1,498 1,499 … 5,998

Stay Connected

Recent News