• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেছিকৈ ভিটামিন চি ছাপ্লিমেন্ট খালে কিডনীত পাথৰ হ’ব পাৰে! কিমান খোৱাটো নিৰাপদ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2024 11:11 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৰীৰ সুস্থ কৰি ৰাখিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ চিকিৎসকে নিয়মিতভাৱে ভিটামিন চি সেৱন কৰিবলৈ পৰামৰ্শ দিয়ে। কৰোনাৰ সময়তটো অধিক সংখ্যক লোকক ভিটামিন চি সমৃদ্ধ খাদ্য খাবলৈ কোৱা হৈছিল। কিন্তু দৈনন্দিন খাদ্যৰ পৰা শৰীৰত প্ৰৱেশ কৰা ভিটামিন চি আৰু পৰিপূৰক (ছাপ্লিমেন্ট) গ্ৰহণ কৰাটো একে নহয়। পৰিপূৰক খাদ্য ইচ্ছামতে সেৱন কৰিব নোৱাৰি।

যিকোনো ভিটামিন বা পৰিপূৰক কেতিয়া, কেনেকৈ আৰু কিমান গ্ৰহণ কৰিব লাগে তাৰ নিয়ম আছে। কেৱল চিকিৎসকেহে সেয়া ক’ব পাৰে। সেই মাত্ৰা অতিক্ৰম কৰিলে বিভিন্ন পাৰ্শ্বক্ৰিয়া হ’ব। কিছুমান গৱেষণাই দাবী কৰা অনুসৰি ভিটামিন চিৰ পৰিপূৰক অত্যধিক সেৱনে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

এছিয়ান ইনষ্টিটিউট অৱ নেফ্ৰ’লজিৰ চিকিৎসক বি বিজয় কিৰণে এই সন্দৰ্ভত এক পৰীক্ষা কৰি কয় যে ভাৰতৰ দৰে দেশত এগৰাকী প্ৰাপ্তবয়স্ক মহিলাক দিনটোত ৭৫ মিলিগ্ৰাম ভিটামিন চি বা এস্ক’ৰবিক এচিডৰ প্ৰয়োজন হয়, আনহাতে প্ৰাপ্তবয়স্ক পুৰুষক ৯০ মিলিগ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়। প্ৰতিদিনে ২০০০ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন চি সেৱন কৰাটো নিৰাপদ, কিন্তু ইয়াতকৈ বেছি নহয়।

Apply Now

এটা নেমুত প্ৰায় ৬০ মিলিগ্ৰাম ভিটামিন চি থাকে। অৱশ্যে আন বহু খাদ্যত ইয়াতকৈ বেছি পৰিমাণে ভিটামিন চি থাকে। কিন্তু পৰিপূৰক খাদ্যত ভিটামিন চিৰ মাত্ৰা অধিক থাকে। গতিকে চিকিৎসকৰ পৰা পৰিপূৰক ঔষধৰ মাত্ৰা জানি লব লাগে। যিহেতু ভিটামিন চি তেজত দ্ৰৱীভূত নহয়, সেয়েহে অতিৰিক্ত ভিটামিন চি শৰীৰত প্ৰৱেশ কৰি ভাঙি গৈ অক্সালেটৰ সৃষ্টি কৰে। এই অক্সালেট ক্ৰিষ্টেলৰ আকাৰত বৃক্কত জমা হৈ থাকিব। অধিক পৰিমাণে ভিটামিন চি খালে পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে।

এই সন্দৰ্ভত আন এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ মতে পৰিপূৰক খাদ্য গ্ৰহণ কৰাতকৈ ফল-মূল খাই শৰীৰৰ ভিটামিন চিৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো বহুত নিৰাপদ। যদি আপোনাৰ প্ৰতিদিনে পাটিলেবু বা আমলখি খোৱাৰ অভ্যাস আছে, তেন্তে ই শৰীৰৰ বাবে অতি উপকাৰী। খাদ্যত কেপচিকাম ৰাখক। অমিতাতো ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। চিকিৎসকৰ মতে এক কাপ বন্ধাকবিত প্ৰায় ৮০ মিলিগ্ৰাম ভিটামিন চি থাকে। ফুলকবি আৰু বিট খালেও প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। এক কাপ কটা ব্ৰকলিত ৮১.২ মিলিগ্ৰাম ভিটামিন চি, এটা সৰু পকা অমিতাত ৯৫.৬ মিলিগ্ৰাম, এটা মধুৰিআমত প্ৰায় ৩৭৫ মিলিগ্ৰাম, আৰু এটা গোটা কমলাত ৫১ মিলিগ্ৰাম থাকে। গতিকে সুষম খাদ্যৰ দ্বাৰাই শৰীৰৰ ভিটামিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা যায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd