শীর্ষ সংবাদ

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

চমু চাপিছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে শাসকীয় বিজপিৰ জোৰদাৰ ৰণনীতিৰ পৰিৱৰ্তে তৃতীয় মৰ্চা গঠনৰ কুচকাৱাজ অব্যাহত...

Read moreDetails

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

দিল্লীৰ নৃশংস শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড আৰু নিকি যাদৱ হত্যাকাণ্ডৰ পিছত লিভ ইন পাৰ্টনাৰৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে আন এগৰাকী মহিলাই।...

Read moreDetails

কোচবিহাৰত নিজ কোৱাৰ্টাৰত আত্মহত্যা বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানৰ

সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানে পশ্চিমবংগৰ কোচবিহাৰত নিজৰ কোৱাৰ্টাৰত আত্মহত্যা কৰে। আজি বিয়লি নিজ...

Read moreDetails

ইতিহাস! কেৰেলাত প্ৰথমবাৰৰ বাবে অধিবক্তা হিচাপে নিযুক্তি পালে ট্ৰান্সজেণ্ডাৰ ব্যক্তিয়ে

কেৰালাৰ আইন বিভাগত দেওবাৰে ৰচিত হয় এক ন ইতিহাস। প্ৰথমবাৰৰ বাবে আজি ৰাজ্যখনত অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে এগৰাকী ট্ৰান্সজেণ্ডাৰ...

Read moreDetails

বিচনাতে নহয়, ভণ্ডামিতো সক্ষম সুমন! আক্ৰমণাত্মক তছলিমাৰ তীৰ্যক কটাক্ষ

যোৱা ১৬ মাৰ্চত ৭৫ সংখ্যক জন্মদিন উদযাপন কৰিলে প্ৰখ্যাত বাংলা গায়ক কবীৰ সুমনে। জন্মদিনৰ দিনাই সুমনে নিজৰ যৌন জীৱনক লৈ...

Read moreDetails

কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ প্ৰতিবাদৰত সংযুক্ত কিষাণ মৰ্চাৰ: দাবী চনদ দাখিল

দিনজোৰা ধৰ্মঘটৰ পিছত আজি বিয়লি কৃষি ভৱনত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ সৈতে সাক্ষাৎ কৰে সংযুক্ত কিষাণ মৰ্চাৰ ১৫...

Read moreDetails

৩ এপ্ৰিললৈকে তিহাৰতে চিছ’দিয়া: ভাৰ্চুৱেল শুনানিৰ বাবে আবেদন দাখিলৰ পৰামৰ্শ আদালতৰ

সুৰা কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ এপ্ৰিললৈ বৃদ্ধি কৰিছে দিল্লীৰ এক আদালতে।...

Read moreDetails

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

জাপানৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। বৃদ্ধৰ সংখ্যা বাঢ়িছে। তেনে এটা নতুন প্ৰতিবেদনে দেখুৱাইছে যে ২০২২ চনত দেশখনে যোৱা ১২৩ বছৰত...

Read moreDetails

নাৰী নিৰ্যাতন সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে সময় বিচাৰিলে কংগ্ৰেছে: দিল্লী আৰক্ষীৰ পদক্ষেপক গৰিহণা

দেশজোৰা ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শ্ৰীনগৰত দেশত এতিয়াও মহিলাসকল নিৰ্যাতিত হৈ আছে বুলি কৰা মন্তব্য সন্দৰ্ভত...

Read moreDetails

আমি কিমান সুখী? বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ড; ভাৰতৰ স্থান বাংলাদেশৰ পিছত!

ফিনলেণ্ডক এইবাৰো বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ সৈতে, দেশখন একেৰাহে ছয়বাৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত আছে।...

Read moreDetails
Page 1528 of 5274 1 1,527 1,528 1,529 5,274

Stay Connected

Recent News