শীর্ষ সংবাদ

কৃষি মন্ত্ৰীৰ সমষ্টিতে বানপীড়িত গো-পালকৰ হাৰাশাস্তি! গো-বাটত কাঁটা তাঁৰৰ বেৰা বাগান কৰ্তৃপক্ষৰ

কৃষি আৰু পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিতে এইবাৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে বানপীড়িত অঞ্চলৰ গো-পালক সকল। আজিও পশু খাদ্যৰ অভাৱত...

Read moreDetails

ৰাষ্ট্ৰপতিক সাক্ষাৎ INDIA ৰ: মণিপুৰ সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰীৰ বক্তব্য দাবীৰে স্মাৰক পত্ৰ দাখিল

প্ৰায় তিনিমাহ ধৰি অশান্ত হৈ আছে মণিপুৰ। সংঘটিত হৈছে নানা অমানুষিক হিংসাত্মক কাণ্ড, প্ৰাণঘাটি হৈছে শতাধিক লোকৰ। ৰাজ্যখনৰ এই অগ্নিগৰ্ভৰ...

Read moreDetails

মানসত উদ্ধাৰ গঁড়ৰ কংকাল: চোৰাংচিকাৰৰ সন্দেহ স্থানীয় ৰাইজৰ

মানস ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে মৃত গঁড়ৰ এটা কংকাল। উদ্যানখনৰ ভাবাৰী ৰেঞ্জৰ কহিতমা বিটৰ পৰা যোৱা নিশা উদ্ধাৰ কৰা হৈছে...

Read moreDetails

কুনোত পুনৰ চিতাৰ মৃত্যু: পাঁচমাহত চিতাৰ মৃত্যু ৯ টালৈ বৃদ্ধি

দেশত চিতাৰ পুনৰ বংশ বিস্তাৰৰ লক্ষ্যৰে আফ্ৰিকান দেশৰ পৰা চিতা আমদানি ঘটোৱা হৈছিল যদিও এই পৰিকল্পনা কিমান দূৰ ফলপ্ৰসূত হ'ব,...

Read moreDetails

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি চিঠি বিধায়ক অখিল গগৈৰ

বিষয়— মঙ্গলদৈৰ বিদ্যালয়ত সশস্ত্ৰ সাম্প্ৰদায়িক অনুশীলন মুখ্যমন্ত্ৰী ডাঙৰীয়া, নমস্কাৰ গ্ৰহণ কৰিব। যোৱা ২৭ জুলাইৰ পৰা ৩০ জুলাই,২০২৩ তাৰিখলৈ মঙ্গলদৈৰ মহৰ্ষি...

Read moreDetails

গোগামুখ-চাউলধোৱা শ্মশানৰ সীমা দেৱাল নিৰ্মাণৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ

উত্তৰ লখিমপুৰৰ জিলা আয়ুক্ত শ্ৰী সুমিত সত্তাৱান আৰু এনএইচপিচিৰ  কাৰ্যবাহী সঞ্চালক শ্ৰী বিপিন গুপ্তাৰ উপস্থিতিত গোগামুখ-চাউলধোৱা শ্মশানৰ সীমা দেৱাল নিৰ্মাণৰ...

Read moreDetails

মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিবলৈ আহ্বান দিল্লী মহিলা আয়োগৰ

দিল্লী মহিলা আয়োগে মণিপুৰ ভ্ৰমণৰ পৰা উভতি অহাৰ কিছুদিন পিছতে আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ লিখি ৰাজ্যখনত...

Read moreDetails

অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যত জড়িত গোচৰত গ্ৰেপ্তাৰ বজৰং দলৰ দুই সদস্য

শেহতীয়াকৈ সোঁপন্থী হিন্দুত্ববাদী সংগঠন বজৰং দলে অসমৰ প্ৰায় ৪০০ যুৱকক দিয়া অস্ত্ৰ প্ৰশিক্ষণ সম্পৰ্কীয় গোচৰত আৰক্ষীয়ে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।...

Read moreDetails

দিল্লীত ধৰ্ষণৰ বলি অসমীয়া যুৱতী

দিল্লীৰ  গুৰুগ্ৰামত দেওবাৰে কামনাৰ বলি হ'ল অসমৰ এগৰাকী যুৱতী ৷ অসাধু চক্ৰই দিল্লীত কাম কৰাৰ প্ৰলোভনৰে দিল্লী হৈ গুৰুগ্ৰামলৈ সৰবৰাহ...

Read moreDetails

কোনে ৰান্ধে নৰেন্দ্ৰ মোদীৰ খাদ্য? দৰমহা কিমান?

জীৱনৰ লক্ষ্য স্থিৰ হ’লে বাটত কোনো বাধা নাথাকে। সেই কথা প্ৰমাণ কৰিলে বিশ্ববিখ্যাত চেফ বিকাশ খান্নাই। এতিয়া তেওঁৰ ৰন্ধন প্ৰণালী...

Read moreDetails
Page 2000 of 5937 1 1,999 2,000 2,001 5,937

Stay Connected

Recent News