মণিপুৰৰ দুগৰাকী নিৰ্যাতিতা মহিলাই কেন্দ্ৰ আৰু মণিপুৰৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে। সোমবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰা...
Read moreDetailsমস্কোত ড্ৰ’ন আক্ৰমণৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কয় যে যুদ্ধ এতিয়া ৰাছিয়াত প্ৰৱেশ কৰিছে। দুয়োখন দেশৰ মাজত চলি থকা...
Read moreDetailsএখন ৰাজনৈতিক সভা চলি আছিল। মঞ্চত স্থানীয় এজন নেতাই ভাষণ দি আছিল। হঠাৎ প্ৰচণ্ড বিস্ফোৰণেৰে সমগ্ৰ অঞ্চলটো কঁপি উঠে। এই...
Read moreDetailsক্ৰিকেট জগতৰ এজন অন্যতম সম্ৰাট মহেন্দ্ৰ সিং ধোনীৰ ছবি তুলি অপমানিত হ’ল এগৰাকী বিমান পৰিচাৰিকাই। এক বিশেষ কামত বিমানেৰে ৰাঁচীৰ...
Read moreDetailsঅসমৰ এখন গুৰুত্বপূৰ্ণ চাহ বাগিচা হিচাপে পৰিগণিত বোকাখাতৰ নাহৰজান চাহ বাগিচা। বোকাখাত মহকুমাৰ ২১খন সৰু বৰ চাহ বাগিচাৰ অন্যতম এইখন...
Read moreDetailsভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জেনেৰেল মনোজ মুকুন্দ নৰৱনে মণিপুৰত সংঘটিত হোৱা ধাৰাবাহিক হিংসাত্মক ঘটনাৰ আঁৰত চীন আছে বুলি অভিযোগ উত্থাপন কৰিছে। ...
Read moreDetailsপ্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ অনুষ্ঠানত ভাষণ প্ৰদান কৰে। ৩০ জুলাইত মন কি বাতৰ ১০৩...
Read moreDetailsশেহতীয়াকৈ এজন ৭৫ বছৰীয়া ব্যক্তিয়ে মালয়ালম চিনেমা উদ্যোগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী নিথ্যা ছাছিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। নিথ্যা আৰু...
Read moreDetailsদুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ মাজতে দেওবাৰে যোৰহাটত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে হাতে-লোটে ধৰা পেলাই এজন আৰক্ষী...
Read moreDetailsদেওবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰে দিছপুৰস্থিত অসম বিধানসভাৰ নতুন ভৱনটো। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd