শীর্ষ সংবাদ

মৃত্যুৰ পিছতো নিৰাপদ নহয় মহিলা : কবৰ খান্দি ধৰ্ষণ মৃত মহিলাক

এইবাৰ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ অভিযোগ। পাকিস্তানৰ একাংশ লোকে লজ্জানত কৰিছে সমগ্ৰ মানৱ সমাজক। পাকিস্তানত  কবৰ খান্দি মহিলাৰ মৃতদেহৰ লগত...

Read moreDetails

উজনিত সক্ৰিয় আলফা(স্বা) : চাহ, কয়লা, কাঠ ব্যৱসায়ীৰ পৰা দাবী বৃহৎ পৰিমাণৰ ধন

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত উগ্ৰপন্থী সংগঠনৰ কাৰ্য-কলাপ ৰোধ হৈছে বুলি দাবী কৰাৰ লগতে আলফা স্বাধীনৰ সৈতে...

Read moreDetails

এন চি পিৰ মুৰব্বী পদৰ পৰা পদত্যাগ শৰদ পাৱাৰৰ

ভাৰতৰ অন্যতম আগশাৰীৰ বিৰোধী নেতা তথা নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ সভাপতি শৰদ পাৱাৰে পদৰ পৰা পদত্যাগ কৰিছে। শিৱসেনা, কংগ্ৰেছ আৰু এন...

Read moreDetails

উত্তৰ পুৰুষক আমি কি দি যাম?

আপোনাৰ সতি-সন্ততিক আপুনি কি দি যাবলৈ বিচাৰে? টকা-পয়ছা, ঘৰ-দুৱাৰ, মাটি-সম্পত্তি, নিজৰ ভৰিত থিয় দিব পৰা এটা সুৰক্ষিত ভৱিষ্যৎ, নে শান্তিৰে...

Read moreDetails

“ধন দাবী”ৰ অভিযোগত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ

অনলাইনত ভাইৰেল এটা ভিডিঅ’ত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এজন ব্যৱসায়ীৰ পৰা “ধন দাবীৰ”চেষ্টা কৰা আৰু ধন দিবলৈ অস্বীকাৰ...

Read moreDetails

অশান্ত ফ্ৰান্স; চৰকাৰী পেঞ্চন নীতি বিৰোধী প্ৰতিবাদকাৰীৰে সংঘৰ্ষত আহত শতাধিক আৰক্ষী

পেঞ্চন সংস্কাৰ বিধেয়কৰ বিৰুদ্ধে ফ্ৰান্সত প্ৰতিবাদকাৰীৰ সৈতে হোৱা সংঘৰ্ষত শতাধিক আৰক্ষী আহত হৈছে। সোমবাৰে মে’ দিৱসৰ দিনা সমগ্ৰ দেশতে বিক্ষোভৰ...

Read moreDetails

কৃত্ৰিম বুদ্ধিমত্তা ভয়ংকৰ! নিজৰ কামৰ বাবে অনুশোচনা কৰি গুগল এৰিলে AI ‘গডফাদাৰ’ হিণ্টনে

তেওঁ গোটেই জীৱন কৃত্ৰিম বুদ্ধিমত্তা (Artificial intelligence বা AI)-ক লৈ কাম কৰি আহিছে। একাধিক স্বীকৃতি আৰু বঁটাও লাভ কৰিছে। কিন্তু...

Read moreDetails

পুৱাই তিহাৰ জেলৰ কয়েদীৰ মাজত সংঘৰ্ষ; নিহত গেংষ্টাৰ টিল্লু তাজপুৰীয়া

তিহাৰ কাৰাগাৰত পুনৰ কয়েদীৰ দলৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষত দিল্লীৰ ৰোহিনী আদালতৰ গুলীচালনা কাণ্ডৰ মূল অভিযুক্ত গেংষ্টাৰ টিল্লু তাজপুৰীয়াৰ নিহত...

Read moreDetails

পুত্ৰৰ পাছপ’ৰ্টৰ পৰা পিতৃৰ নাম আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ; গোচৰত জিকিল ‘ছিংগল মাডাৰ’

অকলশৰীয়া মাতৃ হিচাপে পুত্ৰক ডাঙৰ-দীঘল কৰিছে। সন্তানটো অলপ ডাঙৰ হোৱাৰ পাছতেই আদালতৰ দ্বাৰস্থ হৈছিল। তেওঁৰ বক্তব্য আছিল যে পুত্ৰৰ জন্মৰ...

Read moreDetails

পোহনীয়া কুকুৰে কামুৰিলে এইবাৰ ১০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব গৰাকীয়ে! ক’ত জানেনে?

পোহনীয়া কুকুৰৰ মালিকৰ বাবে বেয়া খবৰ। এতিয়া যদি মৰমৰ পোহনীয়া কুকুৰটোৱে কাৰোবাক কামোৰে বা ৰাস্তাৰ যিকোনো ঠাইত শৌচ কৰে বা...

Read moreDetails
Page 2146 of 5943 1 2,145 2,146 2,147 5,943

Stay Connected

Recent News