• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃত্ৰিম বুদ্ধিমত্তা ভয়ংকৰ! নিজৰ কামৰ বাবে অনুশোচনা কৰি গুগল এৰিলে AI ‘গডফাদাৰ’ হিণ্টনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2023 11:58 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ গোটেই জীৱন কৃত্ৰিম বুদ্ধিমত্তা (Artificial intelligence বা AI)-ক লৈ কাম কৰি আহিছে। একাধিক স্বীকৃতি আৰু বঁটাও লাভ কৰিছে। কিন্তু এতিয়া বিখ্যাত কম্পিউটাৰ বিজ্ঞানী তথা কৃত্ৰিম বুদ্ধিমত্তাৰ ‘গডফাদাৰ’ জিঅ’ফ্ৰে হিণ্টনে নিজৰ কামৰ বাবে অনুশোচনা কৰিছে।

তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ভৱিষ্যতে সৃষ্টি হ’ব পৰা পৰিস্থিতিকলৈ শংকিত। সেয়, কৃত্ৰিম বুদ্ধিমত্তাৰ বিপদ আৰু সমস্যাৰ বিষয়ে দ্বিধাহীনভাৱে ক’বলৈ হিণ্টনে গুগলৰ পৰা পদত্যাগ কৰিছে।

লগতে পঢ়ক: পুত্ৰৰ পাছপ’ৰ্টৰ পৰা পিতৃৰ নাম আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ; গোচৰত জিকিল ‘ছিংগল মাডাৰ’

Apply Now

হিণ্টন এজন এ আই বিশেষজ্ঞ। ২০১৮ চনত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত যুগান্তকাৰী কামৰ বাবে ‘টুৰিং বঁটা’ লাভ কৰিছিল। কিন্তু এতিয়া তেওঁ দাবী কৰিছে যে তেওঁ যি প্ৰযুক্তিকলৈ কাম কৰিছে তাৰ পৰিণতি ভয়ানক।

“দ্য নিউয়ৰ্ক টাইমছ” কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হিণ্টনে কয় যে সমাজৰ এটা শ্ৰেণীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ অব্যাহত ৰাখিছে। ভুৱা ছবি আৰু বাতৰি সৃষ্টিৰ বাবে এ আইৰ ব্যৱহাৰৰ ধৰণক লৈও হিণ্টনে উদ্বেগ প্ৰকাশ কৰে।

তেওঁ উল্লেখ কৰে যে এ আই উদ্যোগত বৃদ্ধি পোৱা প্ৰতিযোগিতাৰ বাবে সকলোৱে নতুন কৃত্ৰিম বুদ্ধিমত্তাকলৈ কাম কৰি আছে। ফলত ইয়াৰ অপব্যৱহাৰ ৰোধ কৰাটো অসম্ভৱ হৈ পৰিছে। তেওঁ দাবী কৰে যে কৃত্ৰিম বুদ্ধিমত্তাই পৃথিৱীখনক এনে এটা ঠাইলৈ লৈ গৈছে য’ত ক্ৰমান্বয়ে কি ‘সঁচা’ আৰু কি ‘মিছা’ সেইটো বিচাৰি উলিওৱাটো কঠিন হৈ পৰিব।

লগতে পঢ়ক: পুৱাই তিহাৰ জেলৰ কয়েদীৰ মাজত সংঘৰ্ষ; নিহত গেংষ্টাৰ টিল্লু তাজপুৰীয়া

নিয়োগৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাৰ নেতিবাচক প্ৰভাৱৰ বিষয়েও হিণ্টন চিন্তিত। তেওঁ স্বীকাৰ কৰে যে এ আইৰ নিজাববীয়াকৈ কাম কৰাৰ ক্ষমতা আছে। কৃত্ৰিম বুদ্ধিমত্তাই আনকি মানুহৰ বুদ্ধিমত্তাকো অতিক্ৰম কৰাৰ ক্ষমতা আছে। ফলত বিশ্বৰ বিভিন্ন সংস্থাত ক্ৰমান্বয়ে চাকৰিৰ পৰা অপসাৰণৰ হাৰ বৃদ্ধি পাব পাৰে। চাকৰিৰ অভাৱ দেখা দিব পাৰে।

Maybe I over-reacted. When I read it I thought it could easily be interpreted as implying that I left so that I could criticize Google and that is certainly not the case.

— Geoffrey Hinton (@geoffreyhinton) May 1, 2023

বাতৰি অনুসৰি, হিণ্টনে আই টি কোম্পানী গুগলত এদশক পূৰ্বে যোগদান কৰিছিল। তেওঁ গুগল কিয় এৰিলে সেই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈও এটা টুইট কৰে। হিণ্টনে টুইটাৰত লিখিছে, ‘মই গুগল এৰিলোঁ যাতে মই কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰা বিপদৰ বিষয়ে মুক্তভাৱে ক’ব পাৰো। গুগলত ইয়াৰ প্ৰভাৱ নপৰিবলৈ মই কোম্পানীটোৰ পৰা পদত্যাগ কৰিলোঁ। কিন্তু মই স্বীকাৰ কৰিব লাগিব যে গুগলে এ আই ব্যৱহাৰৰ ক্ষেত্ৰত অতি দায়িত্বশীলভাৱে কাম কৰিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd