শীর্ষ সংবাদ

কলিয়াবৰত নিশা ৰে’লৰ খুন্দাত খাদ্যৰ সন্ধানত অহা এটি মাইকী হাতীৰ কৰুণ মৃত্যু

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ অভাৱত জনাঞ্চলত খাদ্যৰ সন্ধান কৰিবলৈ অহা বন্যহস্তীয়ে বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক...

Read moreDetails

Big Land Scam:মুখ্যমন্ত্ৰীৰ পত্নী আইনৰ কি ধাৰাত গ্ৰেপ্তাৰ হ’ব লাগে? ক’লে অখিল গগৈয়ে

Big Land Scam মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীক লৈ সৰৱ হৈছে বিধায়ক অখিল গগৈ। কি কি গোচৰত গ্ৰেপ্তাৰ হ’ব লাগে ৰিণিকি...

Read moreDetails

Cabinet Decisions: অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত শুকুৰবাৰে কি কি সিদ্ধান্ত লোৱা হ’ল?

Cabinet Decisions শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলযোগে...

Read moreDetails

Sex Racket Busted: দেহ ব্যৱসায় চক্ৰ উৎখাত; উদ্ধাৰ কৰা পাঁচগৰাকীৰ ভিতৰত আছে নাবালিকাও

Sex racket busted আৰক্ষীৰ অভিযানত দেহ ব্যৱসায় চলাই অহা এটা চক্ৰ উৎখাত কৰা হৈছে। মহাৰাষ্ট্ৰৰ থানে জিলাৰ মীৰা ৰোড অঞ্চলৰ...

Read moreDetails

ৰাজ্যত আজি কিমানজন আক্ৰান্ত হ’ল কোভিডত? কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত?

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ নিম্নগামী হৈয়েই আছে। এনে পৰিস্থিতি অব্যাহত থকালৈ চাই অসমত কোভিড নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি। আজিৰ দিনটোত...

Read moreDetails

জম্মূ-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন আৰক্ষী নিহত

উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুলচন চকত আঅচিনাক্তজি আবেলি উগ্ৰপন্থীৰ আক্ৰমণত দুজন আৰক্ষী নিহত হৈছে। কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শক (আইজি) বিজয় কুমাৰে...

Read moreDetails

গোঁমৰফাঁক: ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ নামত মোদী চৰকাৰৰ কেৱল বিজ্ঞাপনৰ বিলাস

প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত সঘনে উচ্চাৰিত হৈ অহা এষাৰি বাক্যই হৈছে 'বেটী বাচাও, বেটী পঢ়াও'। ৰাজকোষৰ কোটি কোটি টকা খৰচ...

Read moreDetails

ধৰ্মান্তকৰণৰ অভিযোগ: গীৰ্জাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা হিন্দুত্ববাদী গোটৰ

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে উগ্ৰ হিন্দুত্ববাদী গোট সমূহৰ সংবিধান বিৰোধী কাৰ্যসূচী। ভাৰতীয় সংবিধানে দেশৰ নাগৰিকক ইচ্ছানুসৰি ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ প্ৰদান...

Read moreDetails

পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ প্ৰথম গৰাকী মহিলা সভাপতি হিচাপে নিৰ্বাচিত ভাৰতীয় মূলৰ অধ্যাপক

আমেৰিকাৰ সন্মানীয় পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছে ভাৰতীয় বংশোদ্ভৱ অধ্যাপক নীলি...

Read moreDetails

ওদালগুৰিৰ টংলাত ভয়ংকৰ পথ দুৰ্ঘটনা: ছাত্ৰৰ মৃত্যু

ওদালগুৰি জিলাৰ টংলা নগৰৰ মঙলদৈ-ভূটিয়াচাং পথত আজি আবেলি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন স্কুটি আৰোহী যুৱকৰ থিতাতে মৃত্যু ঘটে ৷...

Read moreDetails
Page 2258 of 5280 1 2,257 2,258 2,259 5,280

Stay Connected

Recent News