DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ প্ৰথম গৰাকী মহিলা সভাপতি হিচাপে নিৰ্বাচিত ভাৰতীয় মূলৰ অধ্যাপক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2021 7:30 pm
Neeli Bendapudi
85
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ সন্মানীয় পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছে ভাৰতীয় বংশোদ্ভৱ অধ্যাপক নীলি বেণ্ডাপুডিয়ে।

বিশাখাপত্তনমত জন্ম গ্ৰহণ কৰা আৰু ১৯৮৬ চনত উচ্চ অধ্যয়নৰ বাবে আমেৰিকালৈ অহা বেণ্ডাপুডি বৰ্তমান কেণ্টুকীৰ লুইচভিল বিশ্ববিদ্যালয়ৰ সভাপতি আৰু বিপণনৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিয়ে ইয়াৰ ৱেবছাইটত এক বিবৃতিত কয় যে ৯ ডিচেম্বৰত পেন ষ্টেট ব’ৰ্ড অৱ ট্ৰাষ্টিয়ে তেওঁক সৰ্বসন্মতিক্ৰমে পেন ষ্টেটৰ পৰৱৰ্তী সভাপতি হিচাপে মনোনীত কৰিছে।

“তেওঁ ২০২২ চনত পেন ষ্টেটৰ ১৯ তম সভাপতি হিচাপে নিযুক্তি আৰম্ভ কৰাৰ লগে লগে বিশ্ববিদ্যালয়ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিব।”— বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে।

বৰ্তমান লুইচভিল বিশ্ববিদ্যালয়ৰ ১৮ তম সভাপতি তথা বিপণন আৰু উপভোক্তা আচৰণত বিশেষজ্ঞ বেণ্ডাপুডি হৈছে উচ্চ শিক্ষাৰ এগৰাকী আগশাৰীৰ ব্যক্তি।

সভাপতি হিচাপে মনোনীত হোৱাৰ পিছত বেণ্ডাপুডিয়ে কয়, “পেন ষ্টেট এখন বিশ্বমানৰ বিশ্ববিদ্যালয়। মই সমগ্ৰ কমনৱেলথ আৰু তাৰ বাহিৰেও উৎকৃষ্ট শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এই জীৱন্ত প্ৰক্ৰিয়াটোক যোগদান কৰিবলৈ পাই গৌৰৱান্বিত আৰু অধিক উৎসাহিত।”

এই সন্মান দিয়াৰ বাবে পেন ষ্টেট আৰু ব’ৰ্ড অৱ ট্ৰাষ্টীক ধন্যবাদ জনায় বেণ্ডাপুডিয়ে।

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd