শীর্ষ সংবাদ

মৰ্মান্তিক! হোলীৰ আনন্দৰ মাজতে কামৰূপৰ কমলপুৰত পানীত ডুবি দুজন যুৱকৰ মৃত্যু

হোলীৰ আনন্দৰ মাজতে শুকুৰবাৰে কামৰূপৰ কমলপুৰৰ পুথিমাৰী নদীত পানীত ডুবি দুজন যুৱকৰ মৃত্যু হয়। মৃত যুৱক দুজনক প্ৰতিম শৰ্মা (২১)...

Read moreDetails

অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে এগৰাকীকৈ প্ৰাৰ্থী ঘোষণা বিজেপি আৰু কংগ্ৰেছৰ

অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছে এগৰাকীকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ৰাজ্যসভাৰ এখন আসনৰ...

Read moreDetails

আৰক্ষী ৰাজ! মহানগৰীত যান-বাহন আৰক্ষীয়ে ৰাজপথতে মটৰ চাইকেল আৰোহীক প্ৰহাৰ কৰা দৃশ্য ভাইৰেল

গুৱাহাটী মহানগৰীত কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে এগৰাকী মটৰচাইকেল আৰোহীক কেমেৰাৰ সন্মুখতে আক্ৰমণ কৰা দৃশ্য ভাইৰেল হোৱাৰ পিছতেই কঠোৰ হ'ল আৰক্ষী প্ৰশাসন...

Read moreDetails

কাশ্মীৰ ফাইলছ্

অসমৰ মুখ্যমন্ত্ৰীয়ে “কাশ্মীৰ ফাইলছ্” নামৰ কথাছবিখন চাবলৈ ৰাইজক উৎসাহিত কৰিবলৈ এটা দিন চৰকাৰী অৰ্ধছুটি মঞ্জুৰ কৰিছে বুলি বাতৰি কাকতত ওলাইছে।...

Read moreDetails

দিহানামৰ জনক লোক শিল্পী বদন মলিয়া আৰু নাই

দিহানামৰ জনক লোকশিল্পী বদন মলিয়া আৰু নাই l টীয়কৰ লাহদৈগড়ৰ মলিয়া গাঁৱৰ নিজা বাসগৃহত ৭৯ বছৰ বয়সত স্বাস্থ্যজনিত কাৰণত আজি...

Read moreDetails

মাজবাট আৰক্ষীয়ে পাহাৰপুৰত চাৰিখনকৈ বিলাসী বাহনৰ পৰা জব্দ কৰিলে ৬৩০ কিলোগ্ৰাম গাঞ্জা

ওদালগুৰিৰ মাজবাট আৰক্ষীয়ে আজি এক বৃহৎ সফলতা লাভ কৰিছে। লালপানী আৰক্ষী চকীৰ অন্তৰ্গত পাহাৰপুৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ...

Read moreDetails

সন্ত্ৰাসবাদীৰে সম্পৰ্ক আছে কাশ্মীৰ ফাইলছৰ নিৰ্মাতাৰ! বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মন্তব্যত জোকাৰণি

সন্ত্ৰাসবাদীৰে সম্পৰ্ক আছে কাশ্মীৰ ফাইলছৰ নিৰ্মাতাৰ! বিবেক অগ্নিহোত্ৰীৰ কাশ্মীৰ ফাইলছ চিনেমাখন এটা ষড়যন্ত্ৰও হ’ব পাৰে। এনেদৰে এটা চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে...

Read moreDetails

মহাত্মা গান্ধী কোন? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত যি ক’লে সেয়া মানি ল’ব পাৰিনে?

জাতিৰ পিতা মহাত্মা গান্ধী। গান্ধীৰ অহিংস নেতৃত্বতে ভাৰতৰ স্বাধীনতা আন্দোলনে বিশ্ব জোকাৰি গৈছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে, ১৯৮২ চনৰ...

Read moreDetails

প্ৰকাণ্ড শিলেই যাৰ পৰিচয় সেয়াই বৰশিল; আৰিয়া প্ৰজ্বলনেৰে দৌল উৎসৱ উদযাপন

কামৰূপ জিলাৰ কমল পুৰৰ মদৰতলা মৌজাৰ বৰগাঁৱত অৱস্থিত বৰশিল আশ্ৰম। শিলেই যাৰ পৰিচয় সেয়াই বৰশিল।সৃষ্টিকৰ্তাৰ অপাৰ মহিমা আৰু শক্তিৰ কথা...

Read moreDetails

ৰঙে ৰঙে একাকাৰ! দৌল মহোৎসৱ উপলক্ষে লোকে লোকাৰণ্য বৰপেটা সত্ৰ

সত্ৰনগৰী বৰপেটাৰ আকাশ বতাহ সম্প্ৰতি মুখৰিত হৈ পৰিছে হোলী গীতৰ ধ্বনিত। বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ...

Read moreDetails
Page 2743 of 5976 1 … 2,742 2,743 2,744 … 5,976

Stay Connected

Recent News