শীর্ষ সংবাদ

তিনিচুকীয়া উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক

তিনিচুকীয়াত আজি উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই এজন আবকাৰী অধীক্ষকৰ লগতে আবকাৰী কাৰ্যালয়ৰ এজন পিয়নক গ্ৰেপ্তাৰ কৰিবলৈ...

Read moreDetails

ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ ক’ভিড-১৯ৰ পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সযোগে ৰাজ্যৰ ক'ভিড-১৯ৰ পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে। বৈঠকত অসমৰ জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক,...

Read moreDetails

বোকাখাতত ক’ভিডৰ গণ সংক্ৰমণ! এদিনত বৰচাপৰি চাহ বাগিচাৰ ৩৭ জন আক্ৰান্ত

বোকাখাত মহকুমাৰ বৰচাপৰি  চাহ বাগিছাত ক'ভিড-১৯ ৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বৃহস্পতিবাৰৰ দিনা বৰচাপৰি চাহ বাগিছাত ক'ভিড সংক্ৰমণৰ  পৰীক্ষাত...

Read moreDetails

মদ নাপাই খালে হোমিঅ’পেথি দৰৱ, ছট্টিশগড়ত ৭ জনৰ কৰুণ মৃত্যু

ছট্টিশগড়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ৰাজ্য খনৰ বিলাসপুৰ গাঁৱৰ সাত জনকৈ লোকে মদ নপাই নিচা লগাবলৈ এবিধ বিশেষ হোমিঅ’পেথি...

Read moreDetails

কৰ’নাত বিধ্বস্ত দেশ! আৰ্তজনক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিল ইৰফান-ইউছুফ

দেশত প্ৰতিদিনে কৰ’নাত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে।কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে হাস্পাতালসমূহত বিছনা তথা অক্সিজেনৰ বাবে জটিল পৰিস্থিতিৰ সৃষ্টি...

Read moreDetails

ক’ভিড লকডাউন : দিল্লীত ১০,০০০ প্ৰব্ৰজিত শ্ৰমিকক খাদ্য সামগ্ৰী বিতৰণ কৰিব ছানি লিয়নীয়ে

ক'ভিড পৰিস্থিতি প্ৰব্ৰজিত শ্ৰমিকসকলে নানাধৰণৰ আহুকালৰ সম্মুখিন হৈ আহিছে। যোৱা বৰ্ষত অসংখ্য প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশাৰ কথা সকলোৱে জানে। শেহতীয়াকৈ বলিউডৰ...

Read moreDetails

যোগ্যতাবিহীন পৰিয়ালসমূহক অচিৰেই ৰেছন কাৰ্ড ওভতাই দিয়াৰ নিৰ্দেশ

 গোলাঘাট জিলাৰ বিভিন্ন স্থানত বহু যোগ্যতাবিহীন পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি আছে বুলি...

Read moreDetails

‘হিন্দু সাম্প্ৰদায়িকতাবাদক মুছলমান সাম্প্ৰদায়িকতাবাদৰ পিঠিত উঠি কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে’-কংগ্ৰেছক কটাক্ষ লুৰীণৰ

জন্ম হৈ প্ৰথম নিৰ্বাচন খেলাৰ পাছত পৰাজয়বৰণ কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছে নিজৰ ভুলৰ বাবেই নিৰ্বাচনত পৰাস্ত...

Read moreDetails

বংগৰ নিৰ্বাচনোত্তৰ হিংসা : জীৱিত ব্যক্তিক মৃত সজালে বিজেপিৰ আইটি চেলে! চাঞ্চল্যৰ সৃষ্টি

পশ্চিম বংগ বিজেপিয়ে বুধবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ' মুকলি কৰে, য'ত শেহতীয়াকৈ ৰাজ্যখনত দেখা দিয়া নিৰ্বাচনোত্তৰ হিংসাক দেখুওৱা হৈছে। তৃণমূল...

Read moreDetails

কোনো নিচাজাতীয় দ্ৰব্য নহয়! দুজন লোকৰ পৰা ২০ কেজি ৰসগোল্লা জব্দ কৰিলে আৰক্ষীয়ে, ক’ত?

কোনো নিচাজাতীয় অথবা চোৰাং সামগ্ৰী নহয়, ২০ কেজি ৰসগোল্লা কঢ়িয়াই নিয়াৰ বাবে গ্ৰেপ্তাৰৰ সম্মুখিন হ'ল দুজন লোক। শুনিবলৈ আজৱ লাগিলেও...

Read moreDetails
Page 3459 of 6010 1 … 3,458 3,459 3,460 … 6,010

Stay Connected

Recent News