DMCA.com Protection Status

শীর্ষ সংবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা বঙালী বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ

হিন্দু বাংলাদেশীক সংস্থাপনৰ দিহা কৰাৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ মুকলিকৈ বিৰোধিতা কৰিছে ৰাজ্যখনৰ একাংশ বঙালী...

Read more

বাংলাদেশীক লৈয়ে নহয়, এখন খেলপথাৰক লৈয়ো মিছা মাতিছে বিজেপিয়ে

বিজেপি শাসনলৈ অহাৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব বোলা প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতিশ্ৰুতি নাগৰিকত্ব বিধেয়কে গোকাট মিছা বুলি অসমবাসীৰ...

Read more

এনআৰচিৰ দ্বিতীয়খন খচৰা প্ৰকাশৰ পূৰ্বে স্পৰ্শকাতৰ অঞ্চলৰ বাবে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ

অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ দলিল স্বৰূপ এনআৰচিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পাব অহা ৩০ জুনত। কিন্তু ইয়াৰ পূৰ্বে নিৰাপত্তাৰ...

Read more

যান-বাহনত উচ্চ সুৰক্ষাযুক্ত নম্বৰ প্লেট লগোৱাৰ আহ্বান নগাঁৱৰ পৰিবহন বিষয়াৰ

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো পুৰণি বাণিজ্যিক তথা ব্যক্তিগত যান-বাহনসমূহত উচ্চ সুৰক্ষাযুক্ত পঞ্জীয়ন (HSRP) নম্বৰ...

Read more

বৰাকত বান পৰিস্থিতিৰ অধিক অৱনতি: দুজনৰ মৃত্যু, কাছাৰত শতাধিক গাঁও প্লাবিত

যোৱা কেইদিনমানৰ পৰা চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক আৰু  কুচিয়াৰা নদীৰ পানী বিপদ সীমাৰ ওপৰলৈ বৈ যোৱাত বান পৰিস্থিতিৰ...

Read more

ছেপ্টেম্বৰৰ প্রথম ভাগত পঞ্চায়ত নির্বাচন: শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কঠোৰ হ’ব আয়োগ

বহু হোঁহকা-পিছলাৰ অন্তত সমাগত ছেপ্টেম্বৰৰ প্রথম ভাগত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন৷ ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি আগষ্টত পঞ্চায়ত নিৰ্বাচনৰ...

Read more

কলাক্ষেত্রত সাঁচিপতীয়া পাণ্ডুলিপি প্রস্তুতকৰণ আৰু শঙ্কৰী শৈলীত অঙ্কন শীৰ্ষক কৰ্মশালাৰ আয়োজন

মহাপুৰুষ  শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ প্রচাৰ আৰু প্রসাৰত ব্রতী আন্তৰ্জাতিক সংগঠন ছ’চাইটি ফৰ শ্রীমন্ত শংকৰদেৱৰ উদ্যোগত আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ...

Read more

ডিমৌৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ তাণ্ডৱ

ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌৰ মাজমজিয়াৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা শুকুৰবাৰে নিশা দুস্কৃতিকাৰীয়ে লুট-পাট চলাই বিভিন্ন সা-সামগ্ৰী চুৰ কৰি নিয়ে।...

Read more

বৈষ্ণৱ পণ্ডিত যোগেশ আতৈলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য চৰকাৰৰ

অৱশেষত শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ একনিষ্ঠ সেৱক, বৰনাম লগুৱা, থানৰ ভঁ‌ৰালী যোগেশ আতৈয়ে স্বাস্থ্যৰ উন্নতিৰ হ'কে শুকুৰবাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা...

Read more
Page 4388 of 4579 1 4,387 4,388 4,389 4,579

Recent News