DMCA.com Protection Status

শীর্ষ সংবাদ

উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনি ২০১৭’ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২০ চনৰ মাৰ্চলৈকে ৩০০০ কোটি টকাৰ ব্যয় সাপেক্ষে উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনি(...

Read more

গঁড় গণনা প্ৰক্ৰিয়াত অত্যাধুনিক পদ্ধতি অৱলম্বনৰ বাবে আহ্বান আৰ টি আই কৰ্মী ভবেন সন্দিকৈৰ

অসমৰ জাতীয় আৱেগ জড়িত থকা এটা খৰ্গযুক্ত গঁড়ৰ গণনাক লৈ একাংশ ৰাজনৈতিক নেতাই ৰাজনীতি কৰাৰ লগতে ব্যক্তিগত মুনাফা লুটাৰ অভিযোগ...

Read more

সৰভোগত অনুষ্ঠিত হৈছে বিদ্যালয় পৰ্যায়ৰ জ্ঞান-বিজ্ঞান মেলা

দেওবাৰৰ পৰা বৰপেটা জিলাৰ সৰভোগত ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ সৌজন্যত সৰভোগৰ ৪৫ নং উত্তৰ গনক গাড়ী নিম্ন বুনিয়াদী বিদ্যালয়ত জ্ঞান বিজ্ঞান মেলা...

Read more

দিল্লীত আটক ব্যক্তি সংগঠনৰ সদস্য নহয়; বিভ্ৰান্তি সৃষ্টিৰ পৰা আঁতৰি থাকক ভাৰত চৰকাৰ : এন এচ চি এন (আই এম)

দিল্লী বিমানবন্দৰত গান কনভাৰ্টাৰৰ সৈতে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন এন এচ চি এন (আই এম)ৰ সদস্য নহয় বুলি আজি বুধবাৰে বিবৃতি...

Read more

গুৱাহাটীৰ খাদ্য বিপণীসমূহে অগ্নি সুৰক্ষাৰ মান অনুসৰণ কৰিছেনে?

গুৱাহাটীত অত্যাধুনিক শৃংখলাৰ ৰেষ্টুৰেন্টকে ধৰি এক বুজন সংখ্যক খাদ্য বিপণী মুকলি হৈছে যদিও এইবোৰত অগ্নি সুৰক্ষাৰ মান অনুসৰণ কৰা হৈছে...

Read more

সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ল ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ প্ৰথমখন বৈঠক

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কনফাৰেন্স হলত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (আতিশয্য প্ৰতিৰোধ) আইন ১৯৮৯’ ৰূপায়নৰ...

Read more

ত্ৰিপুৰাৰ নিৰ্বাচনী কৌশলৰ আৰ্হিৰে অসমতো পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ পৰিকল্পনা ৰাজ্যিক বিজেপিৰ

‘’ অহা  ২৪ মাৰ্চৰ দিনটো বিজেপি দলৰ বাবে উল্লেখযোগ্য দিন হ’ব। সেইদিনটোতে ৩ লাখ ৩৩হাজাৰ নিষ্ঠাবান বুথ কাৰ্য কৰ্তা বা...

Read more

ঐতিহ্য ক্ষেত্ৰ হিচাপে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব গুৱাহাটীৰ কামৰূপৰ উপায়ুক্তৰ বাসভৱন

অসম চৰকাৰে এক মুখ্য আকৰ্ষণ হিচাপে কামৰূপৰ উপায়ুক্তৰ বাসভৱনটো (বাংলো) ঐতিহ্য ক্ষেত্ৰলৈ সলনি কৰি  মহানগৰৰ ভ্ৰমণকাৰীসকলৰ বাবে মুকলি কৰি দিয়াৰ...

Read more

অসম-মিজোৰাম সীমা বিবাদ : কেন্দ্ৰীয় যুটীয়া গৃহ সচিবে এই সপ্তাহত ভ্ৰমণ কৰিব বিবদমান এলেকা

কেন্দ্ৰীয় গৃ্হ বিভাগৰ যুটীয়া সচিব (উত্তৰ-পূব)এ অসম আৰু মিজোৰামৰ মুখ্য সচিব (গৃ্হ)ক লগত লৈ এসপ্তাহৰ ভিতৰত পৰিদৰ্শন কৰিব দুয়ো ৰাজ্যৰ...

Read more

আইনৰ বক্সিং ৰিঙত মেৰি কম : বিদেশী পুঁজি গ্ৰহণক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ প্ৰশ্নৰ সন্মুখীন মেৰিৰ একাডেমি

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইম্ফলত মেৰি কম বক্সিং একাডেমি উদ্বোধন কৰি যোৱাৰ ৯৬ ঘণ্টাৰ ভিতৰতে বিপদত পৰিছে একাডেমিখন। বিদেশী দান...

Read more
Page 4506 of 4590 1 4,505 4,506 4,507 4,590

Recent News