• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহ্য ক্ষেত্ৰ হিচাপে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব গুৱাহাটীৰ কামৰূপৰ উপায়ুক্তৰ বাসভৱন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 4:15 pm
K-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে এক মুখ্য আকৰ্ষণ হিচাপে কামৰূপৰ উপায়ুক্তৰ বাসভৱনটো (বাংলো) ঐতিহ্য ক্ষেত্ৰলৈ সলনি কৰি  মহানগৰৰ ভ্ৰমণকাৰীসকলৰ বাবে মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

পুননিৰ্মাণৰ পিছত ইয়াত এটা পুথিভঁৰাল, শিশু উদ্যান, শিল্প-কলা মণ্ডল,  ৰেষ্টুৰেন্টৰ সৈতে এটা সৰু যাদুঘৰ, এম্ফীথিয়েটাৰ, ব্ৰহ্মপুত্ৰ দৰ্শনৰ স্থান আৰু খোজকঢ়াৰ বাবে এটা ক্ষেত্ৰ আৰু প্ৰদৰ্শনী তথা পহৰাৰ বাবে ওখ স্তম্ভ ( ৱাট্ছ টাৱাৰ) থাকিব।

Apply Now

জিএমডিএৰ মুখ্য কাৰ্যবাহী বিষয়া এম অংগমুথুৱে দেওবাৰে কয় যে তেওঁলোকে এইটো এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। এই ক্ষেত্ৰটো তথা বাসভৱনটোৰ মেৰামতি আৰু শোভাবৰ্দ্ধনৰ কামত ১০ কোটি টকা ব্যয় কৰা হৈছে।

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (জিএমডিএ)ৰ গুৱাহাটী নদী পাৰ(ৰিভাৰফ্ৰন্ট) উন্নয়ন প্ৰকল্পৰ অংশ হিচাপে বাসভৱনটোৰ মেৰামতিৰ কাম ২০১২ চনতে আৰম্ভ কৰা হৈছিল।

এইটো সম্পূৰ্ণ কাঠেৰে নিৰ্মাণ কৰা হৈছিল আৰু তিনিটা আহল-বহল শোৱনি কোঠা, এটা ডাইনিং হল, এটা সৰু পুথিভঁৰাল আৰু এটা বিশাল জিৰণি ঘৰ (লিভিং ৰুম) আছে। ইয়াৰ লগতে চাৰিটা শৌচাগাৰ, দুটা ভঁৰালঘৰ আৰু সুকীয়া ড্ৰেছিং ৰুম তথা জিৰণি ঘৰ, শোৱনি কোঠা আৰু পাকঘৰত অগ্নি সুৰক্ষা ব্যৱস্থাৰে বাসভৱনটো গঢ়ি তোলা হৈছে।

বাসভৱনটোৰ ইতিহাস এনেধৰণৰ। আহোম সেনাপতি লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধৰ সময়ত তেওঁৰ বৰটোপ ইয়াত ৰাখিছিল আৰু ইয়াক তেওঁৰ নামেৰেই বৰফুকন টিলা বুলি জনা যায়। পৰৱৰ্তী সময়ত ব্ৰিটিছে ইয়াৰ গুৰুত্ব উপলব্ধি কৰি কামৰূপ জিলাৰ উপায়ুক্তৰ বাসভৱনটো নিৰ্মাণ কৰিছিল।

জিএমডিএ লগতে ৰাইজক কোনো ঐতিহ্যপূৰ্ণ শিল্পকলা থাকিলে আগবঢ়াৱলৈ আৱেদন জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd