শীর্ষ সংবাদ

Video|| গুৱাহাটীৰ কয়লা ডিপ’ত ভৰিত শিকলি বান্ধি ওৰে ৰাতি প্ৰহাৰ অসমীয়া ট্ৰাক চালকক

কয়লা ব্যৱসায়ত ছিন্দিকে’টৰ নৈমিত্তিক অভিযোগৰ মাজতে ৰাজধানী গুৱাহাটীৰ মাজমজিয়াতে ঘটিছে অসমৰ এজন ত্ৰাক চালকক ওৰে ৰাতি ভৰিত শিকলি বান্ধি প্ৰহাৰৰ...

Read moreDetails

বৰপেটা কাৰাগাৰত কয়েদীৰ বাবে শীঘ্ৰেই স্থাপন হ’ব এটি পুথিভঁৰাল

বৰপেটা জিলা কাৰাগাৰৰ কয়েদীসকলৰ বাবে শীঘ্ৰেই মুকলি হ’ব এটি পুথিভঁৰাল। বৰপেটা সদৰ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক গুণীন্দ্ৰ নাথ...

Read moreDetails

মহানগৰীৰ চিটিবাছৰ বাবে নতুন নিৰ্দেশনা; নিৰ্দিষ্ট ষ্টপেজত নামিব নোৱাৰিবও পাৰে আপুনি!

গুৱাহাটী মহানগৰীৰত আপুনি চিটিবাছত অহা-যোৱা কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰ পৰা আপুনি কিছু ক্ষেত্ৰত সাৱধান হ’ব লাগিব। কিয়নো গুৱাহাটীত...

Read moreDetails

প্ৰতিবাদৰ নামত বন্ধ নকৰিব ৰে’লপথ: অসমৰ দল-সংগঠনৰ প্ৰতি শিলাদিত্য দেব

প্ৰতিবাদৰ নামত ৰে’লপথ অৱৰোধ নকৰিবলৈ অসমৰ প্ৰত্যেক নাগৰিক আৰু সংগঠনক আহ্বান জনাইছে হোজাইৰ বিধায়ক শিলাদিত্য দেবে। “অসমৰ প্ৰত্যেকজন নাগৰিক আৰু...

Read moreDetails

হোজাই-হবাইপুৰৰ মাজত দ্বৈত ৰে’লপথ মুকলি কৰিলে ৰাজেন গোহাঁয়ে

বৃহস্পতিবাৰে হোজাই-হবাইপুৰৰ মাজৰ ৰে’লপথচোৱাৰ দ্বৈত পথ মুকলি কৰে ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে। হোজাই ৰে’ল ষ্টে’চনৰ পৰা একেটা অনুষ্ঠানতে হোজাই,...

Read moreDetails

জে ডি (এছ)ত যোগদান অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাঙৰ

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিজেপি নেতা গেগং আপাঙে জনতা দল ছেকিউলাৰ (জে ডি-এছ)ত যোগদান কৰিছে। অৰুণাচলৰ এগৰাকী অতি...

Read moreDetails

অকল ৰে’লত ১,৩০,০০০, নেহৰু যুৱ কেন্দ্ৰৰ ১২ হাজাৰটা পদ; লোকসভা নিৰ্বাচনৰ পূৰ্বে চাকৰিৰ বৰষুণ

’১৪ৰ সাধাৰণ নিৰ্বাচনত বছৰি ২ কোটি চাকৰি সৃষ্টিৰ প্ৰতিশ্ৰুতিৰে ৩৫ বছৰৰ তলৰ ৬৫ শতাংশ ভোটাৰবিশিষ্ট দেশ ভাৰতৰ যুৱশক্তিৰ সমৰ্থন জিনি...

Read moreDetails

বিজেপিৰ সুশাসনত বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি পুৰি মৰিছে : সোণোৱাল

‘’বিজেপি নেতৃত্বৰ ৰাজ্য চৰকাৰখনে এক সুশাসন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনক মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছে। তাৰবাবে বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি পুৰি...

Read moreDetails

বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড : মৃতকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি

বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এতিয়ালৈ লাভ কৰা খবৰ অনুসৰি অগ্নিকাণ্ডটোত ৬৯জন লোকৰ মৃত্যু হয়। মৃতকৰ সংখ্যা আৰু...

Read moreDetails

শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা আয়োগক অপমানেৰে ১ মাৰ্চৰ পৰা ছেবাই বন্ধ কৰিব মাণ্ডলিক কাৰ্য্যালয়

ছাত্ৰ-ছাত্ৰীৰ সমস্যাক পিঠি দি মাৰ্চৰ ১ মাৰ্চৰ পৰা বন্ধ হ’ব ছেবাৰ যোৰহাট আৰু শিলচৰত থকা মাণ্ডলিক কাৰ্য্যালয়। উচ্চস্তৰীয় সমিতিৰ বৈঠকত...

Read moreDetails
Page 4831 of 5274 1 4,830 4,831 4,832 5,274

Stay Connected

Recent News