শীর্ষ সংবাদ

বিহালীৰ ঘটনাৰ অভিনৱ প্ৰতিবাদ : সম্পূৰ্ণ ক’লা পোচাকত বীৰদৰ্পে বিধানসভাত প্ৰৱেশ ৰূপজ্যোতি কুৰ্মীৰ

বিহালীত ২৯ জানুৱাৰিত এটি পানীকেঁচুৱাৰ গাত থকা ক’লা ৰঙৰ জেকেট খুলিবলৈ মাকক বাধ্য কৰোৱাৰ ঘটনাটোৰ আজি অভিনৱ ধৰণে প্ৰতিবাদ কৰিছে...

Read moreDetails

পানীকেঁচুৱাৰ গাৰ কাপোৰ খোলা ঘটনা গাপ দিবলৈ গৈ মুখ থেকেচা খালে বিজেপিয়ে

ৰঞ্জিত দত্তৰ সমষ্টি বিহালীত মুখ্য মন্ত্ৰীৰ সভাত পানীকেঁচুৱাৰো গাৰ কাপোৰো খুলিবলৈ বাধ্য কৰোৱা ঘটনাটোক লৈ দ্বিতীয়বাৰৰ বাবে মুখ থেকেচা খালে...

Read moreDetails

‘মন কী বাত’ৰ সময়ত প্ৰধান মন্ত্ৰী মোদীক ক’লা কাপোৰ অসমৰ ছাত্ৰ সমাজৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে ক্ষুভিত হৈ থকা অসমৰ ৰাইজক তথা ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে ‘মন কী বাত’ৰ জৰিয়তে নিজৰ কথা...

Read moreDetails

গুৱাহাটীত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰৰ সৈতে দুগৰাকী মহিলাসহ ৩জন সৰবৰাহকাৰীক আটক

২৯ জানুৱাৰিত এটা গোপন সূত্ৰৰ পম খেদি ভৰলুমুখ থানাৰ ক্ৰাইম ব্ৰান্সে আঠগাঁৱত কেইবালাখ টকাৰ ড্ৰাগছসহ দুগৰাকী মহিলা আৰু এজন পুৰুষক...

Read moreDetails

বাথৌ ধৰ্মৰ বিষয়ে যুক্তি-তৰ্ক আৰু আলোচনা হ’ব লাগে : প্ৰমীলা ৰাণী ব্ৰহ্ম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বড়োভূমি কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত বাথৌ মন্দিৰ প্ৰাংগণতো আজি পৱিত্ৰ বাথৌ দিৱস উলহ-মালহৰে উদযাপন কৰা হয়। দিনজোৰা...

Read moreDetails

ৰাজ্যসভা অধিৱেশনৰ সমান্তৰালকৈ অসমজুৰি জ্বলিব জোঁৰৰ জুই

৩১ জানুৱাৰিত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ সমান্তৰালকৈ অসমৰ জিলাই জিলাই জ্বলিব নাগৰিকত্ব বিধেয়ক বিৰোধী সহস্ৰ জোঁৰ, মঙলবাৰে ঘোষণা আছুৰ। বিতৰ্কিত...

Read moreDetails

ক’লা কাপোৰৰ আতংকত পানীকেঁচুৱাৰ কাপোৰ খুলোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ

মুখ্য মন্ত্ৰীক ক’লা পতাকাৰ ফ’বিয়াৰ পৰা বচাবলৈ আজি বিহালীৰ এটা অনুষ্ঠানৰ সময়ত পানীকেঁচুৱাৰ গাত থকা ক’লা ৰঙৰ গৰম কাপোৰ পৰ্য্যন্ত...

Read moreDetails

সোণোৱালক লাজত পেলাই অসমৰ সমস্যাক লৈ উদ্বেগ প্রকাশ কৰিলে নাগালেণ্ডৰ শাসক দলে

নাগৰিকত্ব বিধেয়কে অসমৰ মানুহৰ বাবে আনিব পৰা অস্তিত্বৰ সংকটক লৈ নিজৰ দুশ্চিন্তা প্ৰকাশ কৰিলে নাগালেণ্ডৰ শাসক দল এন ডি পি পি...

Read moreDetails

ক’লা পতাকা-আছু নেতা প্ৰহাৰ: চৰকাৰৰ ক্ষমা প্ৰাৰ্থনা দাবী হীৰেন গোহাঁইৰ

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰূপে মুখ্য মন্ত্ৰীৰ লগতে শাসকীয় বিজেপি নেতাসকলক ক’লা পতাকা দেখুওৱাৰ “অপৰাধ”ত ৰাজ্যজুৰি বিক্ষোভকাৰীক “গ্ৰেপ্তাৰ” আৰু নলবাৰীত কেইজনমান...

Read moreDetails

লজ্জাজনক!! মুখ্য মন্ত্ৰীক ফ’বিয়াৰ পৰা বচাবলৈ পানীকেঁচুৱাৰ গাৰ পৰাও খুলিলে ক’লা কাপোৰ

বক্তালৈ জোতা দলিওৱাৰ ভয়ত কাকো সভাগৃহলৈ জোতা পিন্ধি সোমাবলৈ নিদিয়া কৌতুকটোৰ দৰেই হৈছেগৈ অসমৰ মুখ্য মন্ত্ৰীৰ দশা। ক’লা পতাকাৰ আতংকই...

Read moreDetails
Page 4863 of 5269 1 4,862 4,863 4,864 5,269

Stay Connected

Recent News