শীর্ষ সংবাদ

বিধেয়ক বিৰোধী আন্দোলন বিজেপিৰ বিৰুদ্ধে ষড়যন্ত্ৰ তথা অপপ্ৰচাৰ: কেন্দ্ৰীয় মন্ত্ৰী গোহাঁই

‘’বিজেপিৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰ তথা অপপ্ৰচাৰ।মুষ্টিমেয় কেইটামান সংগঠনে ৰাজনৈতিক উদ্দেশ্যত ক’লা পতাকা প্ৰদৰ্শন, প্ৰতিবাদ আদি কৰি আছে। অসমৰ অসমীয়া হিন্দুৰ...

Read moreDetails

অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী...

Read moreDetails

আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী ৩০ জন ৰহিঙিয়াক আটক অসম আৰক্ষীৰ

অসম-ত্ৰিপুৰা সীমান্তৰ পৰা সোমবাৰে অসম আৰক্ষীয়ে ৩০ জন ৰহিঙিয়া শৰণাৰ্থীক আটক কৰে। পুৰুষ, মহিলা আৰু শিশুকে ধৰি ৰহিঙিয়াৰ দলটোৱে আগৰতলাৰ...

Read moreDetails

মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শনকাৰী প্ৰতিবাদকাৰীক থানাত আৰক্ষীৰ নিৰ্যাতন

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপি অধ্যক্ষ ৰঞ্জিত দাসৰ পাছত এইবাৰ ক'লা পতাকাৰ সন্মুখীন হ'ল নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে নানা যুক্তি...

Read moreDetails

জেৰাৰ নামত অভিযুক্তক নিৰ্যাতন : আৰক্ষীক কাৰণ দৰ্শোৱাৰ জাননী আদালতৰ

ধন লুটৰ ঘটনাত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা এজন যুৱকক আদালতৰ পৰা আৰক্ষীৰ জিম্মাত লৈ নগাঁও টাউন আৰক্ষীয়ে অকথ্য নিৰ্যাতন...

Read moreDetails

বিধেয়কৰ বিৰুদ্ধে চলি থকা আন্দোলন গুৰুত্বহীন : সোণোৱাল

‘‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত যি ধাৰাবাহিক আন্দোলন চলি  আছে, সেয়া গুৰুত্বহীন। কিয়নো অসমৰ ৰাইজে আমাৰ চৰকাৰ বনাইছে আৰু  আমি...

Read moreDetails

চকলাঘাটত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে নাগৰিক ঐক্যমঞ্চৰ জোঁৰ সমদল

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ গৃহীত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰে  বাংলাদেশী লোকক নাগৰিকত্ব প্ৰদান কৰাৰ যো-জা চলাই থকা কাৰ্যৰ তীব্ৰ...

Read moreDetails

পশ্চিমবংগৰ বিজেপি নেতাৰ বক্তৃতানুষ্ঠানক কেন্দ্ৰ কৰি কটনত উত্তেজনা

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত তোলপাৰ লাগি থকাৰ সময়তে কটন বিশ্ববিদ্যালয়ৰ চৌহদত পশ্চিমবংগৰ বিজেপি নেতাৰ আগমনক কেন্দ্ৰ কৰি সৃষ্টি হ'ল...

Read moreDetails

অগপ অটল আছে স্থিতিত; বিৰোধীৰ আসন বিচাৰি অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ আঞ্চলিক দলটোৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মিত্ৰতা ত্যাগ কৰা অগপই চৰকাৰখন গঠন হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে বিৰোধীৰ আসনত বহিব। বিজেপিৰে...

Read moreDetails

বিদ্যাসাগৰৰ কণ্ঠত মুকলি হ’ল মৰিগাঁও অধিৱেশনৰ ‘থীম ছং’

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত-বৈষ্ণৱক...

Read moreDetails
Page 4872 of 5267 1 4,871 4,872 4,873 5,267

Stay Connected

Recent News