শীর্ষ সংবাদ

‘মৰমেৰে সুঁৱৰিম আমি’, নাগা বিদ্ৰোহী খ’লি কন্যাকৰ মৃত্যুত আলফা (স্বাঃ) সেনাপ্ৰধান পৰেশ

নাগা জাতীয় সেৱা (Naga National Service)ত আজীৱন সেৱা আগবঢ়াই ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা এন এচ চি এন...

Read moreDetails

পতঞ্জলিৰ বাৰালৰ পিছত বিজেপিৰ আৱালে দিলে শংকৰদেৱক সাঙুৰি তুলুঙা মন্তব্য

বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা অসমৰ সমাজ জীৱনৰ নমস্য পুৰুষ শ্ৰীমন্ত শংকৰদেৱক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ আগত এইবাৰ মুকলিকৈ তুলুঙা মন্তব্য...

Read moreDetails

এন আৰ চি : আপত্তি দৰ্শোৱাৰ দায়িত্ব ৰাইজক দিয়াত আপত্তি বিধায়ক অতুল বৰাৰ

যিবোৰ সন্দেহযুক্ত বিদেশী এন আৰ চিত অন্তৰ্ভুক্ত হৈছে, সেইবোৰৰ আপত্তি দৰ্শোৱা কাৰ্য এন আৰ চি কৰ্তৃপক্ষৰহে।সাধাৰণ ৰাইজক ইয়াৰ মাজলৈ টানি...

Read moreDetails

পৃথক বড়ো ৰাজ্যৰ বিৰোধিতাৰে সংসদ ভৱনৰ সন্মুখত সাংসদ নৱ কুমাৰ শৰণীয়াৰ ধৰ্ণা

পৃথক বড়ো ৰাজ্যৰ বিৰোধিতা কৰি নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত বৃহস্পতিবাৰে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন...

Read moreDetails

কংগ্ৰেছৰ মিথ্যাচাৰ : গঁড় চিকাৰত অভিযুক্ত কংগ্ৰেছী প্ৰাৰ্থী জিকিল পঞ্চায়তত

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল সময়তে বিশ্বনাথৰ ছোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছ প্ৰাৰ্থী দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে গঁড় হত্যাৰ গুৰুতৰ অভিযোগ...

Read moreDetails

‘হিন্দুত্বৰ বীজ’ সিঁচা ন্যায়াধীশৰ পদত্যাগ দাবী মেঘালয়ৰ নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ

“হিন্দুত্বৰ বীজ” ৰোপণেৰে ভাৰতীয় সংবিধানক অপমান কৰাৰ অভিযোগত বৃহস্পতিবাৰে মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ আৰ সেনৰ “পদত্যাগ” দাবী কৰিছে ৰাজ্যখনৰ...

Read moreDetails

আজমলৰ দূৰ্গ যমুনামুখত কংগ্ৰেছৰ দখললৈ গ’ল গোটেইকেইখন জিলা পৰিষদ

হোজাই জিলাৰ হোজাই, লামডিং আৰু যমুনামুখ সমষ্টিৰ অন্তৰ্গত মুঠ বাৰখন জিলা পৰিষদত কংগ্ৰেছ আৰু বিজেপিয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বিপৰীতে...

Read moreDetails

মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ ঘটনা, অসমৰ শ্ৰমিককে ধৰি ১৩জনৰ মৃত্যুৰ আশংকা

অবৈধ কয়লা খননক লৈ উত্থাপিত ব্যাপক অভিযোগৰ মাজতে চুবুৰীয়া মেঘালয়ৰ পূব জয়ন্তীয়া জিলাৰ এটা খনিত পানীত ডুবি অসমৰ ৪ জনকে...

Read moreDetails

পঞ্চায়ত নিৰ্বাচনৰ হুলস্থূলৰ মাজতে আত্মপ্ৰকাশ নতুন উগ্ৰপন্থী সংগঠনৰ

অসমত পঞ্চায়ত নিৰ্বাচনৰ হূলস্থূলৰ মাজতে আত্মপ্ৰকাশ কৰিছে ডিমাচা নেচনেল আৰ্মি (ডি এন এ’) নামৰ এটা উগ্ৰপন্থী সংগঠনে। তাৎপৰ্য্যপূৰ্ণভাৱে সুকীয়া ৰাষ্ট্ৰ,...

Read moreDetails

গুপুতে গুপুতে আৰু কিমান খেল বাকী : আকৌ ‘পৰ্যালোচনা’ৰ পাল পৰিল অগপৰ!

‘পৰ্যালোচনা’ আৰু ‘আত্ম সমালোচনা’ এই শব্দ দুটাই বছৰ বছৰ ধৰি লগ এৰা দিয়া নাই আঞ্চলিকতাবাদী দল অসম গণ পৰিষদক। ২০০১...

Read moreDetails
Page 4906 of 5252 1 4,905 4,906 4,907 5,252

Stay Connected

Recent News