DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি : আপত্তি দৰ্শোৱাৰ দায়িত্ব ৰাইজক দিয়াত আপত্তি বিধায়ক অতুল বৰাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2018 11:52 am
atul-bora-nrc-750x375

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিধায়ক অতুল বৰাৰ সংবাদেমল। ফটো : ইউ বি

955
VIEWS
Share on FacebookShare on Twitter

যিবোৰ সন্দেহযুক্ত বিদেশী এন আৰ চিত অন্তৰ্ভুক্ত হৈছে, সেইবোৰৰ আপত্তি দৰ্শোৱা কাৰ্য এন আৰ চি কৰ্তৃপক্ষৰহে।সাধাৰণ ৰাইজক ইয়াৰ মাজলৈ টানি অনা কাৰ্য কেতিয়াও গ্ৰহণীয় নহয়। গুৱাহাটী প্ৰেছ ক্লাবত বৃহস্পতিবাৰে এন আৰ চি সন্দৰ্ভত দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এইদৰে মন্তৱ্য কৰে।

প্ৰকৃত ভাৰতীয়ৰ বাবেহে এন আৰ চি হ’ব লাগে বুলি উল্লেখ কৰি বৰাই কয়, ‘‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ গোটেই পদ্ধতিটোৰে সংশোধনৰ প্ৰয়োজন আছে। এন আৰ চিৰ বিষয়াসকলে বিদেশী চিনাক্ত কৰিব নোৱাৰি আপত্তি দৰ্শাবলৈ সাধাৰণ ৰাইজক দায়িত্ব দি দিছে। ই এক অসম্ভৱ কাৰ্য।‘’

নিৰ্বাচনী আইনতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি অথবা বাদ দিয়াৰ ক্ষেত্ৰত আপত্তিৰ সুবিধা থকাৰ পিছতো এন আৰ চি কৰ্তৃপক্ষই অনাহক সাধাৰণ ৰাইজক টানি অনাৰ বাবে বৰাই আশ্চৰ্য প্ৰকাশ কৰে।

অসম আন্দোলনৰ প্ৰসংগ টানি আনি বৰাই কয় যে তেতিয়াও এনে দশা হৈছিল।  এতিয়া সাধাৰণ ৰাইজে লাখ লাখ সন্দেহযুক্ত বিদেশী  থকা এলেকাত কেনেকৈ বিদেশী চিনাক্ত কৰিব বুলি তেওঁ প্ৰশ্ন কৰে।

আনহাতে, এই সন্দৰ্ভত চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি বৰাই লগতে কয়, ‘‘উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ ওজৰ-আপত্তিৰ বাবে ১৫ দিন বৃদ্ধি কৰিছে। মোৰ বোধেৰে যদিহে চৰকাৰৰ ফালৰ পৰা সহযোগিতা নাথাকে ১৫ বছৰতো এখন শুদ্ধ এন আৰ চি হৈ নুঠিব।‘’

ইপিনে বিধায়কজনে এন আৰ চিৰ কামত বিদেশীৰ স্বাৰ্থত কাম কৰিব বিচৰা মানুহো জড়িত হৈ থকাৰ সন্দেহ ব্যক্ত কৰে। তেওঁ নাম অন্তৰ্ভুক্তি নহয়, বিদেশীক এন আৰ চিৰপৰা বাদ দিয়াটোৱে প্ৰকৃত সমস্যা বুলিও উল্লেখ কৰে। এই সন্দৰ্ভত বিজেপি বিধায়ক বৰাই বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰও প্ৰেৰণ কৰে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd