• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ হুলস্থূলৰ মাজতে আত্মপ্ৰকাশ নতুন উগ্ৰপন্থী সংগঠনৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 13, 2018 9:21 pm
amid-panchayat-election-new-extremist-organisation-shows-face-in-assam

সংগঠনটোৰ প্ৰে’ছ বিবৃতি। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত পঞ্চায়ত নিৰ্বাচনৰ হূলস্থূলৰ মাজতে আত্মপ্ৰকাশ কৰিছে ডিমাচা নেচনেল আৰ্মি (ডি এন এ’) নামৰ এটা উগ্ৰপন্থী সংগঠনে।

তাৎপৰ্য্যপূৰ্ণভাৱে সুকীয়া ৰাষ্ট্ৰ, ৰাজ্য বা স্বায়ত্ত শাসন একোৰে দাবীদাৰ নহয় এই সংগঠনটো। ডিমাচাসকল আৰু ডিমা হাচাও জিলাৰ সুৰক্ষাৰ লক্ষ্যৰে আত্মপ্ৰকাশ কৰা বুলি ঘোষণা কৰিছে উগ্ৰপন্থী সংগঠনটোৰ প্ৰচাৰ সচিব খিম ডিমাচাই।

Apply Now

মূলতঃ বহিৰাগতৰ আগ্ৰাসনৰ পৰা নিজ ভূখণ্ডক সুৰক্ষিত কৰি ৰখাৰ বাবে তেওঁলোকে আত্মপ্ৰকাশ কৰিছে বুলি ঘোষণা কৰিছে সংগঠনটোৱে। “এখন ঠাই কেনেকৈ সুৰক্ষিত হ’ব যদি তাত কোনো প্ৰহৰী নাথাকে? ডি এন এ হ’ব ডিমাচা বা ডিমা হাচাওৰ প্ৰহৰী। সাধাৰণ ৰাইজক হাৰাশাস্তি বা নিজ ভূখণ্ডক ধ্বংস নহয়, ৰক্ষাৰ কাৰণে আমি কাম কৰিম। জিলাখনৰ সামগ্ৰিক সুৰক্ষাৰ লগতে উঠি অহা প্ৰজন্মৰ বাবেই ডি এন এ’ৰ আত্মপ্ৰকাশ,” নৰ্থ ইষ্ট নাও-ক জনালে খিম ডিমাচাই।

সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ জন ডিমাচা বুলি সদৰী কৰিছে প্ৰচাৰ সচিবজনে।

ইপিনে সংগঠনটোৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে ডিমা হাচাও আৰক্ষীয়ে। আৰক্ষী সূত্ৰৰ দাবী আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টিৰে সহজ উপায়েৰে ধন ঘটাৰ বাবে এই সংগঠনটো খোলা হৈছে।

শেহতীয়াকৈ জিলাখনত সংঘটিত অপহৰণৰ লগতে ৪ খনকৈ কাঠভৰ্তি ট্ৰাকত জুই লগাই দিয়াৰ দায়িত্ব সংগঠনটোৱে প্ৰত্যক্ষভাৱে স্বীকাৰ কৰা নাই যদিও সংগঠনটো কিছুমান কাৰ্যত জড়িত থকাৰ পৰোক্ষ ইঙ্গিত দিয়ে খিমে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd