শীর্ষ সংবাদ

ভেন্সাৰ শিক্ষকক পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ব নল’বলৈ আহ্বান অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

সমাগত পঞ্চায়ত নিৰ্বাচনত ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীক নিৰ্বাচনী কামত খটুৱাব বিচৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই। ভেন্সাৰ...

Read moreDetails

বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা দিয়াৰ কুচকাৱাজৰ বিৰোধিতাত ১২ ঘণ্টীয়া কাৰ্বি আংলং বন্ধ

কাৰ্বি পাৰ্বাত্য জিলাকেইখনত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা দিবলৈ ওলোৱাৰ প্ৰতিবাদত ২৬ নৱেম্বৰ, অৰ্থাৎ কাইলৈ কেইবাটাও সংগঠনে ১২ঘণ্টীয়া কাৰ্বি...

Read moreDetails

মোদী, সোণোৱাল, ৰামদেৱক ‘বৰলা’ আখ্যাৰে অপমানৰ অভিযোগত ৰিপুন বৰাৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজনৰ এজাহাৰ

২৪ নৱেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই পঞ্চায়ত নিৰ্বাচনৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধান মন্ত্ৰী মোদী আৰু ৰাজ্যখনৰ...

Read moreDetails

অসম গণ পৰিষদৰ নেতৃত্বই অসম চুক্তিৰে ১ কোটি অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিছিল : হিমন্ত

“অন্য জাতীয় দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলেও অসম গণ পৰিষদৰ ৰাজপথত চিঞৰি বিধেয়কৰ বিৰোধিতা কৰাৰ  নৈতিক অধিকাৰ নাই।” অগপৰ...

Read moreDetails

আলফা (স্বাঃ)ৰ প্ৰতিক্ৰিয়া : সংগঠনৰ সৈতে জড়িত নহয় আৰক্ষীয়ে আটক কৰা এজনো লিংকমেন

শেহতীয়াকৈ অসম আৰক্ষীয়ে আলফা স্বাধীনৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰা লিংকমেন কেইজনৰ এজনো সংগঠনটোৰ সৈতে জড়িত নহয় বুলি আজি...

Read moreDetails

এইবাৰ সাংবাদিকক বিৰোধীৰ এজেণ্ট সজালে অসম বিজেপিয়ে

পঞ্চায়ত নিৰ্বাচন যিমানেই সমাগত, সিমানেই যেন থৰকাছুটি হেৰুৱাই পেলাইছে ৰাজ্যিক বিজেপিয়ে। সেয়েহে হিতাহিত জ্ঞান হেৰুৱাই প্ৰশ্ন সোধা সাংবাদিককে আক্ৰমণৰ লক্ষ্য...

Read moreDetails

এন আৰ চি: ‘বিতাড়ন’, ‘আটককৰণ’ এটাও নহয় বিদেশীৰ, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা স্পুতনিক নিউজ-ৰ সৈতে শেহতীয়া সাক্ষাৎকাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা লোকসকলকৰ...

Read moreDetails

ধলা কাণ্ডই আইন-শৃংখলাৰ অৱনতি হোৱাটো নুসূচায়, বিজেপিৰ দিনত এনে ঘটনা কমিছে : বিজন মহাজন

“ধলা কাণ্ডৰ ঘটনাই আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি হোৱাটো নুসূচায়।” বিজেপিৰ ৰাজ্যিক কাৰ্য্যায়লত আজি এই দাবী কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা জ্যেষ্ঠ...

Read moreDetails

পঞ্চায়তৰ প্ৰাৰ্থীৰ যোগ্যতাত প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোদীৰ যোগ্যতাৰ বিষয়ে সোধক : দেৱব্ৰত শইকীয়া

সাংবাদিকৰ প্ৰশ্নৰ এটা চোকা উত্তৰত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আজি কয় যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ যোগ্যতাক লৈ প্ৰশ্ন কৰাৰ...

Read moreDetails

এন আই এ’, অসম আৰক্ষীক মুকলি প্ৰত্যাহ্বান আলফা (স্বাঃ)ৰ

ধলা গণহত্যা আলফা (স্বাধীন)এ সংঘটিত কৰা বুলি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা আৰু অসম আৰক্ষীয়ে কৰা দাবী অগ্ৰাহ্য কৰি হত্যাকাণ্ডটোত সংগঠনটো জৰিত...

Read moreDetails
Page 4946 of 5274 1 4,945 4,946 4,947 5,274

Stay Connected

Recent News