• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভেন্সাৰ শিক্ষকক পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ব নল’বলৈ আহ্বান অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , November 25, 2018 10:04 pm

1 min read

Barpeta

ঐক্যমঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মা

1.2k
VIEWS
Share on FacebookShare on Twitter

সমাগত পঞ্চায়ত নিৰ্বাচনত ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীক নিৰ্বাচনী কামত খটুৱাব বিচৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।

ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীক এটা ফুটা কড়ি দিবলৈ সক্ষম নোহোৱা বৰ্তমানৰ চৰকাৰখনে কি যুক্তিত এই শিক্ষকসকলক নিৰ্বাচনৰ কামত খটুৱাব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ঐক্যমঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই ৷

যিখন চৰকাৰে দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে সেইখন চৰকাৰে ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক নিৰ্বাচনী কামত খটুওৱাটো চূড়ান্ত অন্যায় বুলি উল্লেখ কৰি প্ৰাঞ্জল কুমাৰ শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ কামৰ দায়িত্ব দিয়া ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক নিৰ্বাচনী দায়িত্বৰ পৰা আঁতৰি অহাৰ বাবে আহ্বান জনায়।

আজি বৰপেটাৰ দাবালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ঐক্যমঞ্চৰ নামনি ভিত্তিত সভাখনত সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

নিৰ্বাচনী আয়োগৰ প্ৰতি ভেন্সাৰ শিক্ষকসকলে সন্মান জনাই নিৰ্বাচনী বিষয়াক লিখিত ভাবে জনাই নিৰ্বাচনী দায়িত্বৰ পৰা আঁতৰি আহিবলৈও তেওঁ আহ্বান জনায় ৷

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd