DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আই এ’, অসম আৰক্ষীক মুকলি প্ৰত্যাহ্বান আলফা (স্বাঃ)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2018 6:10 pm
paresh barua ULFA-I

সতীৰ্থৰ সৈতে আলফা (স্বাঃ) সেনা প্ৰধান পৰেশ বৰুৱা। ফাইল ছবি।

1.5k
VIEWS
Share on FacebookShare on Twitter

ধলা গণহত্যা আলফা (স্বাধীন)এ সংঘটিত কৰা বুলি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা আৰু অসম আৰক্ষীয়ে কৰা দাবী অগ্ৰাহ্য কৰি হত্যাকাণ্ডটোত সংগঠনটো জৰিত থকাৰ প্ৰমাণ অসমৰ জনগণৰ সন্মুখত ৰাজহুৱা কৰিবলৈ এন আই এ’ক মুকলি প্ৰত্যাহ্বান জনাইছে বিদ্ৰোহী সংগঠনটোৱে।

“এন আই এ’ই অসমৰ জনসাধাৰণ আৰু আমাক জনাওক কিহৰ ভিত্তি আৰু প্ৰমাণত তেওঁলোকে আমাৰ সংগঠনক অভিযুক্ত কৰিছে,” শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত এই ‘‘প্ৰত্যাহ্বান’’ আলফা (স্বাঃ)ৰ প্ৰচাৰ আৰু তথ্য বিভাগৰ সহকাৰী সম্পাদক মে’জৰ অৰুণোদয় অসমৰ।

লগতে পঢ়ক– দুৰ্ধৰ্ষ দৃষ্টি ৰাজখোৱাৰ নেতৃত্বত বাংলাদেশত আজিও সক্ৰিয় আলফা (স্বাঃ)

“ঔপনিৱেশিক” ভাৰতীয় শাসন যন্ত্ৰৰ নিৰ্দেশত সংঘটিত হত্যাকাণ্ডৰ ক্ষেত্ৰত ৰাইজৰ মন আনফালে ঢাল খুওৱাৰ বাবে তদন্তকাৰী সংস্থাই চিৰদিনে এই পথ গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে আলফা (স্বাঃ)এ।

“এইটো খুব জনাজাত কথা যে যেতিয়া কোনো হত্যাত ঔপনিৱেশিক ভাৰতীয় চৰকাৰী যন্ত্ৰ জৰিত থাকে, হত্যাকাৰী কেতিয়াও পোহৰলৈ নাহে আৰু তদন্তকাৰী সংস্থাসমূহে তদন্তৰ নামত আলফা (স্বাঃ)ৰ দৰে সংগঠনক অভিযুক্ত কৰি ৰাইজৰ মন বিচ্যুত কৰে,” দাবী আলফা (স্বাঃ)ৰ।

লগতে পঢ়ক– ‘নিয়া’ৰ তদন্তৰ মাজতে ধলা কাণ্ডৰ সৈতে আলফা জড়িত থকাৰ দাবী ডিজিপিৰ

এন আই এ’ই ২০০৮ চনত গুৱাহাটীৰ ধাৰাৱাহিক বোমা বিস্ফোৰণতো আলফা জৰিত বুলি দিয়া প্ৰাৰম্ভিক প্ৰতিবেদনৰ কথাও সংস্থাটোক “সোঁৱৰাই” দিছে সংগঠনটোৱে।

লগতে পঢ়ক– আলফাৰ অস্ত্ৰৰ জবাব ‘শক্তিৰে’ দিব ৰাষ্ট্ৰই, আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাত মন্তব্য হিমন্ত বিশ্বৰ

যোৱা ৭ মাহে সন্ধানহীন ৰেৱতী ফুকন বা এসময়ৰ বিভীষিকাময় গুপ্তহত্যা বা সাংবাদিক পৰাগ দাস, এ বি এমছু নেতা লাফিকুল ইছলামৰ হত্যা সন্দৰ্ভত তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন অসমৰ জনগণক জনাই নিজৰ “দক্ষতা’’ প্ৰমাণৰ বাবে এন আই এ’ আৰু আৰক্ষীক প্ৰত্যাহ্বান জনাইছে নিষিদ্ধ সংগঠনটোৱে।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd