• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি: ‘বিতাড়ন’, ‘আটককৰণ’ এটাও নহয় বিদেশীৰ, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2018 9:08 pm
BJP will pass Citizenship Bill, if gets majority in Rajya Sabha: Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মা। ছবি- টুইটাৰৰ পৰা।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা স্পুতনিক নিউজ-ৰ সৈতে শেহতীয়া সাক্ষাৎকাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা লোকসকলকৰ “বিতাড়ন” বা “আটককৰণ” সন্দৰ্ভত অনিশ্চয়তা প্ৰকাশ কৰিছে।

“মানুহ (বিদেশী)ক এখন ৰে’লত তুলি সীমান্তলৈ পঠোৱা”সদৃশ পৰিস্থিতি এটাৰ সম্ভাৱনা “দেখা নাই” বুলি উল্লেখ কৰি এই মন্তব্য কৰিছে শৰ্মাই।

Apply Now

“ভাৰত এনে এখন দেশ যি শৰণাৰ্থীক সদায় আশ্ৰয় প্ৰদান কৰি আহিছে, সদায় সুনিশ্চিত কৰিছে মানৱ অধিকাৰ, মানুহৰ মৰ্য্যাদা। মই এটা পৰিস্থিতি দেখা নাই য’ত মানুহক ৰে’ল এখনত ভৰোৱা হ’ব আৰু সীমান্তলৈ পঠিওৱা হ’ব (বাংলাদেশ বা নেপাললৈ বিতাড়ন),” শৰ্মাৰ মন্তব্য।

বিতাড়ন বা আটককৰণ কৰা নহ’লে তেন্তে কি কৰা হ’ব এন আৰ চিত ঘোষিত বিদেশীসকলৰ? সেই সন্দৰ্ভত তেওঁ দেখা সম্ভাৱনা সাক্ষাৎকাৰটোত সদৰী কৰিছে শৰ্মাই।

লগতে পঢ়ক– আলফাৰ অস্ত্ৰৰ জবাব ‘শক্তিৰে’ দিব ৰাষ্ট্ৰই, আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাত মন্তব্য হিমন্ত বিশ্বৰ

“সম্ভৱতঃ সৃষ্টি হ’ব এনে এক শ্ৰেণীৰ নাগৰিক যাৰ হয়তো কিছুমান অধিকাৰ নাথাকিব; তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ নাথাকিব পাৰে, তেওঁলোকৰ নাথাকিব পাৰে ভূমিৰ অধিকাৰ যিটো দেশৰ বহু অংশত বৰ্তমান আছেই। মই ভাবো কি হ’ব সেইটো নিৰ্ভৰ কৰিব সংখ্যাটোৰ ওপৰত। সেয়ে এইটো অনুমান কৰাটো খুব কঠিন,” এয়া শৰ্মাই দেখা এন আৰ চি পৰৱৰ্তী সময়ৰ “সম্ভাৱনা”।

কিন্তু এন আৰ চিত নাম নহাসকলৰ, তেওঁৰ মতে, ‘‘মানৱীয় মৰ্য্যাদা, মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ” নিশ্চিত কৰা হ’ব।

শৰ্মাই লগতে কয় অহা সাধাৰণ নিৰ্বাচন বা এই বিত্তীয় বৰ্ষ (৩১ মাৰ্চলৈকে)ৰ ভিতৰতে এন আৰ চি সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। কিন্তু এন আৰ চিৰ আধাৰত ভোটাৰ তালিকা সংশোধনৰ দৰে বিষয়ত অধিক সময় লাগিব বুলি কয় মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, “এন আৰ চিৰ আধাৰত আমাৰ ভোটাৰ তালিকা সংশোধন কৰাৰ দৰে ব্যৱস্থা লোৱা হ’বনে নাই—সেইটো এটা নীতিগত সিদ্ধান্ত আৰু মই ভাবো ই আৰু কিছু সময় ল’ব।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd