শীর্ষ সংবাদ

হীৰেন গোহাঁই: ধলাৰ হত্যাকাণ্ড ’ষড়যন্ত্ৰ’, ৰাইজ ‘উত্তেজিত নহ’ব’

তিনিচুকীয়াৰ ধলাৰ হত্যাকাণ্ড ঘটনাটোক অসম বিৰোধী চক্ৰৰ ‘ষড়যন্ত্ৰ’ বুলি মন্তব্য কৰি ৰাইজক উত্তেজিত নহৈ সজাগ থাকিবলৈ আহ্বান জনাইছে বিশিষ্ট বুদ্ধিজীৱী...

Read moreDetails

ধলাৰ হত্যাকাণ্ড: ‘সফল’ হৈছে গৃহ বিভাগ, দাবী ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ

ধলাৰ গণহত্যা সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি চৰকাৰ পৰিচালনাত বিফলতাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ গৃ্হ বিভাগক ‘সফল’ হোৱা বুলিহে...

Read moreDetails

পৰীক্ষা পিছুৱাই চৰকাৰে আওপকীয়াকৈ মানি ল’লে নেকি অসম বন্ধ? খোদ চৰকাৰেই সমাজত বৈষম্যৰ ভাব বিয়পোৱাৰ অভিযোগ

গুণোৎসৱৰ পৰীক্ষা বাতিলেৰে চৰকাৰে আওপকীয়াকৈ মানি ল’লে নেকি কাইলৈৰ অসম বন্ধ? এই প্ৰশ্নই এতিয়া সকলো স্তৰৰ অসমীয়াৰ মনত খুন্দিয়াই গৈছে।...

Read moreDetails

ধলা গণহত্যা: বিজেপি চৰকাৰলৈ পোনপটীয়া আঙুলি বাঙালী সংগঠনৰ সৰ্ববৃহৎ মঞ্চ ‘বুফা’ৰ

তিনিচুকীয়াৰ ধলাৰ গণহত্যাই সৃষ্টি কৰা চাঞ্চল্যৰ মাজতে সাম্প্ৰদায়িক বিভেদৰ পৰিৱৰ্তে ঘটনাটোৰ বাবে পোনপটীয়াকৈ বিজেপি চৰকাৰক দোষাৰোপ কৰিছে ৰাজ্যৰ বাঙালী সংগঠনসমূহৰ...

Read moreDetails

এম জে আকবৰৰ ‘ধৰ্ষণ’ৰ নিজমুখে বিৱৰণ অসমীয়া সাংবাদিকৰ

বৰ্তমান কৰ্মসূত্ৰে আমেৰিকাত আছে অসমৰ এগৰাকী সাংবাদিক পল্লৱী গগৈ। ভাৰতত সাংবাদিক হিচাপে কৰ্মৰত কালছোৱাত সেইসময়ৰ জ্যেষ্ঠ সাংবাদিক এম জে আকবৰৰ...

Read moreDetails

মোক যদি গ্ৰেপ্তাৰ কৰে তাৰ কি বাৰ্তা খিলঞ্জীয়া মানুহলৈ যাব পাৰে, সেইটো প্ৰশাসনে জানে : মৃণাল হাজৰিকা

কালিৰ তিনিচুকীয়াৰ খেৰবাৰীৰ হত্যাকাণ্ডই সমগ্ৰ অসমজুৰি উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰি থকাৰ সময়তে আজি পাণ বজাৰ আৰক্ষীয়ে আলোচনাপন্থী আলফা মৃণাল হাজৰিকাক...

Read moreDetails

গ্ৰেপ্তাৰ হ’ব বিধায়ক শিলাদিত্য দেব? উচটনিমূলক বক্তব্য দিয়া জনপ্ৰতিনিধিক ৰেহাই নিদিয়াৰ কথা ক’লে মুখ্য মন্ত্ৰীয়ে

কালিৰ তিনিচুকীয়া জিলাৰ খেৰবাৰীত ৫জন লোকক হত্যা কৰা ঘটনাৰ বাবে দল-সংগঠন আৰু ছ’চিয়েল মিডিয়াৰ লগতে সংবাদ মাধ্যম আৰু উচটনিমূলক বক্তব্য...

Read moreDetails

আলোচনাপন্থী আলফা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক আটক

আজি কিছু সময়ৰ পূৰ্বে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলোচনাপন্থী আলফা নেতা জিতেন দত্তক। গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ আহি থকা অৱস্থাতে...

Read moreDetails

শদিয়াৰ চৈখোৱাৰ গণহত্যা : আজি তিনিচুকীয়া বন্ধ, ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ আলফা (স্বাঃ)ৰ

তিনিচুকীয়া জিলাৰ শদিয়াৰ ধলা চৈখোৱা খেৰবাৰী ঘাটত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৯ বজাত অচিনাক্ত বন্দুকধাৰীৰ অপ্ৰৰোচিত গুলীচালনাত ৫ জন লোক ঘটনাস্থলীতে...

Read moreDetails

ধলাৰ গুলীচালনাৰ সৰ্বাত্মক নিন্দা; সংযম ৰক্ষা, দোষীৰ শাস্তিৰ দাবী সকলো দল-সংগঠনৰ

তিনিচুকীয়াৰ ধলাত বৃহস্পতিবাৰে সন্ধিয়া অপ্ৰৰোচিত গুলীচালনাৰ ঘটনাৰ সৰ্বাত্মক নিন্দা, দোষীৰ শাস্তি দাবীৰ লগতে সকলোকে সংযম ৰক্ষাৰ আহ্বান জনাইছে অসমৰ সকলো...

Read moreDetails
Page 4962 of 5271 1 4,961 4,962 4,963 5,271

Stay Connected

Recent News